অসমীয়া সাহিত্যৰ বুৰঞ্জী - Buranji | GK Questions And Answers
বুৰঞ্জী |
বুৰঞ্জী - (Buranji) ৰ প্ৰশ্ন - উত্তৰ :
1. 1971 চনৰ ভাৰত-পাক যুদ্বৰ অন্তত কোনখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল ?
■ বাংলাদেশ।
2. পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন ?
■ মেগেলান।
3. কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক্-ঐতিহাসিক যুগৰ অৱসান সূচায় ?
■ লিখন সঁজুলি।
4. আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল ?
■ খ্ৰীঃ পূঃ 327 ত ভাৰত আক্ৰমন কৰিছিল আৰু তেওঁ মেচিডোনিয়াৰ লোক আছিল।
5. ভাস্কো-ডা-গামাই কোন চনত ভাৰতলৈ আহিব পৰা সমুদ্ৰপথৰ আৱিষ্কাৰ কৰিছিল ?
■ 1498 চনত আৱিষ্কাৰ কৰিছিল।
6. কিমান চনত হিটলাৰে জাৰ্মানৰ শাসকৰ পদবী লাভ কৰিছিল ?
■ 1933 খ্ৰীষ্টাব্দত।
7. বিশ্বৰ প্ৰথম সংস্থা জাতিসংঘৰ কিমান চনত জন্ম হৈছিল ?
■ 1920 চনত জন্ম হৈছিল।
8. চীন দেশৰ প্ৰথম অপিয়াম যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?
■ 1839 খ্ৰীষ্টাব্দত
9. 1492 খ্ৰীষ্টাব্দত কোনে প্ৰথমে আমেৰিকাৰ মাটিত ভৰি দিছিল ?
■ খ্ৰীষ্টফাৰ কলম্বাছ।
10. দ্বিতীয় মহাসমৰ চলি থকা সময়ত জাপানে ধ্বংস কৰা ব্ৰিটিছ জাহাজ দুখনৰ নাম কি ?
■ প্ৰিন্স অৱ ৱেলছ আৰু ৰিপালছ্।
11. 1945 চনত জাপানৰ দুখন ঠাইত দুটা শক্তিশালী আণৱিক বোমা বিষ্ফোৰণ ঘটোৱা হৈছিল। ঠাই দুখনৰ নাম কি ?
■ হিৰোছিমা আৰু নাগাছাকি।
12. ভাৰতীয় নৱজাগৰণৰ জনক কোন ?
■ ৰাজা ৰামমোহন ৰায়।
13. ফৰাচী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল ?
■ 1789 চনত সংঘটিত হৈছিল।
14. 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল ?
■ মংগল পাণ্ডে।
15. দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল ?
■ 1948 চনৰ 4 ফেব্ৰুৱাৰীত।
16. 1994 চনত স্বাধীনতা লাভ কৰা আফ্ৰিকীয় দেশখনৰ নাম কি ?
■ নামিবিয়া।
17. আফ্ৰিকাৰ কোনজন স্বাধীনতা সংগ্ৰামীক 27 বছৰ কাৰাগাৰত ৰখা হৈছিল ?
■ ড° নেলছন মাণ্ডেলা।
18. ভাৰত-চীনৰ মাজৰ সীমাৰেখাডালৰ নাম কি ?
■ মেকমোহন লাইন।
19. ইৰাকৰ পুৰণি নাম কি আছিল ?
■ মেছোপটেমিয়া।
20. 'ইতিহাসৰ জনক' বুলি কাক আখ্যা দিয়া হয় ?
■ গ্ৰীচৰ হেৰডটাছ।
21. ভাৰতৰ কোনজন স্বাধীনতা সংগ্ৰামীৰ মৃত্যুৰ পিছত গান্ধীজী স্বাধীনতা সংগ্ৰামৰ নেতা নিৰ্বাচিত হয় ?
■ লোকমান্য বাল গংগাধৰ তিলক।
22. চীনৰ ৰাজধানী বেইজিঙৰ পুৰণি নাম কি আছিল ?
■ পিকিং।
23. চীনাসকলৰ মতে তেওঁলোকৰ ৰজা পৃথীৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ট ৰজা। তেওঁলোকৰ ৰজা কাৰ বংশধৰ ?
■ ড্ৰেগনৰ বংশধৰ।
24. প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ?
■ 1914 চনত ।
25. সংযুক্ত আৰৱ গণতন্ত্ৰ তথা ইউনাইটেড আৰৱ ৰিপাব্লিক দেশখনৰ প্ৰাচীন নাম কি আছিল ?
■ ইজিপ্ট।
26. 'সংযুক্ত ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক' বুলি কেতিয়া ঘোষণা কৰা হয় ?
■ 1924 খ্ৰীষ্টাব্দত।
27. ছোভিয়েট ৰাছিয়াৰ কমিউনিষ্ট দলৰ মুখ্য নেতা লেনিনৰ প্ৰকৃত নাম কি আছিল ?
■ ভ্লাদিমিৰ ইলিচ উলিয়ানভ।
28. ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্টাৰ মুখ্য উদ্যোক্তা কোন আছিল ?
■ এলেন অক্টেভিয়ান হিউম।
29. দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ?
■ 1939 চনত।
30. কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল ?
■ 1945 চনত।