Type Here to Get Search Results !

Computer GK Questions And Answers In Assamese - Meraz Axom

Computer GK Questions And Answers In Assamese - Meraz Axom

Computer GK Questions And Answers In Assamese, Computer quiz Questions with answers for School Students, computer General Knowledge Questions, Assamese Quiz,

Computer GK Questions And Answers 

Computer quiz Questions with answers for School Students

1. তলৰ কোনটোৰ ক্ষেত্ৰত পঢ়ন আৰু লিখনৰ ক্ষমতা আছে ?
(ক) RAM (খ) ROM
■ (ক) RAM ।

2. MS-Dos কি ?
■ MS-Dos হ'ল এটা ছিষ্টেম ছফটৱেৰ (System Software) ৰ নাম।

3. ফ্ল'পি ডিস্ক (Floppy Disks) কি ?
■ গৌণ সঞ্চয় সঁজুলি।

4. ছুপাৰ কম্পিউটাৰ (Super Computer) ৰ উদ্ভাৱক কোন ?
■ জে এইছ ভান জেল।

5. ইণ্টাৰনেট (Internet) কি ?
■ কম্পিউটাৰ সমৃদ্ধ তথ্যৰ বেংক আৰু যোগাযোগ পথ।

6. কম্পিউটাৰৰ কোনটো অংশক কম্পিউটাৰৰ 'মস্তিষ্ক' বুলি অভিহিত কৰা হয় ?
■ CPU (Central Processing Unit)

7. কিমান চনত প্ৰথমে Laptop কম্পিউটাৰ প্ৰৱৰ্তন কৰা হয় ?
■ 1987 চনত।

8. ভাইৰাছ কি ?
■ ধ্বংসকাৰী প্ৰ'গ্ৰেম।

9. ইলেক্ট্ৰ'নিক কম্পিউটাৰ কোনে উদ্ভাৱন কৰিছিল ?
■ ডা° এলান এম টুৰিঙ।

10. প্ৰ'গ্ৰেমত থকা ভুলক বাগ বুলি জনা যায়। এই ভুলসমূহ সংশোধন কৰা প্ৰক্ৰিয়াক কি বোলা হয় ?
■ ডিবাগিং।

11. তলৰ কোনটো জনপ্ৰিয় কম্পিউটাৰ গোট ?
(ক) PDP-8
(খ) VAX-75
(গ) PDP-11
■ (ক) PDP-8

12. কম্পিউটাৰৰ WWW ৰ সম্পূৰ্ণ ৰূপ কি ?
■ WWW ৰ সম্পূৰ্ণ ৰূপ হৈছে Word Wide Web।

13. ৱেবছাই (Website) কি ?
■ আভ্যন্তৰীণ যোগাযোগৰ ৱেবপেজৰ এক সংগ্ৰহ।

14. সম্প্ৰতি সবাতোকৈ জনপ্ৰিয় ব্ৰাউজাৰ (Browser) কোনটো ?
■ মাইক্ৰ'ছফট্ ইণ্টাৰনেট এক্সপ্ল'ৰাৰ (Microsoft Internet Explorer) ।

15. পোন প্ৰথমে কোনে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল ?
■ ছাৰ্লে ক্লাইন ,(1969 চনৰ 29 অক্টোবৰ)।

16. গুগল (Google) ৱেবছাইটটো কেতিয়াৰপৰা আৰম্ভ হৈছিল ?
■ 1998 চনৰ পৰা।

17. ই-মেইল (Email) ৰ অৰ্থ কি ?
■ ইণ্টাৰনেটৰ যোগেৰে পঠোৱা চিঠি।

18. য়াহু (Yahoo) ৱেবছাইটটো কোনে আৰম্ভ কৰিছিল ?
■ ডেভিদ ফিলো আৰু গেৰী য়াং (1995 চন)।

19. সৰ্বপ্ৰথম ই-মেইল ব্যৱস্থা কোনে সৃষ্টি কৰিছিল ?
■ ৰেই টমলিনচন (1972 চনত)।

20. পোন প্ৰথমে কোনটো ৱেব ব্ৰাউজা (Web Browser) ক শুদ্ধভাৱে ইণ্টাৰনেটত বিকাশ হৈছিল ?
■ ম'চেয়িক (Mossic); 1993 চনত

21. অাধুনিক কম্পিউটাৰৰ মডেল বা আৰ্হি পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ?
■ চাৰ্লছ পি বেবেজ

22. বিশ্বৰ কোনগৰাকী মহিলাক মানৱ কম্পিউটাৰ আখ্যা দিয়া হৈছে ?
■ ভাৰতৰ শকুন্তলা দেৱী।

23. বিভিন্ন তথ্য-পাতি সাঁচি ৰাখিব পৰা কম্পিউটাৰৰ Memory ক কি বুলি কোৱা হয় ?
■ RAM

24. কম্পিউটাৰৰ ভাইৰাছ কি ?
■ কম্পিউটাৰৰ ধ্বংসাত্মক কৰ্মসূচী।

25. লেপটপ কম্পিউটাৰ কোনে আবিষ্কাৰ কৰিছিল ?
■ ছিনক্লেয়াৰ।

26. ইলেক্ট্ৰ'নিক কম্পিউটাৰৰ আৱিষ্কাৰক কোন ?
■ ড° এলেন এম টাৰিৎ।

27. পোন প্ৰথমে ছুপাৰ কম্পিউটাৰ কোনে আবিষ্কাৰ কৰিছিল ?
■ জে এইছ ভেন টাছেল।

28. DOS ৰ সম্পূৰ্ণ ৰূপ কি ?
■ Disk Operating System.

29. BASIC ৰ সম্পূৰ্ণ ৰূপ কি ?
■ Beginner's All Purpose Symbolic Instruction Code.

30. ছপা কামৰ বাবে ব্যৱহৃত হোৱা কম্পিউটাৰ ছফটৱেৰ DTP ৰ সম্পূৰ্ণ ৰূপ কি ?
■ Desk Top Publishing.

31. ভাৰতে সাজি উলিওৱা প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি ?
■ Param

32. কোনজন বিজ্ঞানীয়ে কম্পিউটাৰত লেংগুৱেজ শব্দটো ব্যৱহাৰ কৰিছিল ?
■ কনৰাড ঝুছ।

33. কম্পিউটাৰৰ ইতিহাসত প্ৰথম কাক প্ৰগেমাৰ হিচাপে আখ্যা দিয়া হয় ?
■ লেডি আগাষ্টা আডা লাভলেচক।

34. ভাৰতত কম্পিউটাৰৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
■ 1966 চনৰ 3 এপ্ৰিলৰ পৰা ।

35. পৃথিৱীৰ প্ৰথম কম্পিউটাৰ নেটৱৰ্কটোৰ নাম কি ?
■ AIRPANET (1969 চন) ।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad