Type Here to Get Search Results !

World Geography - General Knowledge Questions & Answers in Assamese

 World Geography - General Knowledge Questions & Answers in Assamese

World Geography - General Knowledge Questions & Answers in Assamese, Geography General Knowledge in Assamese, General Knowledge assamese language, Geography GK Questions in Assamese, General knowledge questions related to geography,
Image Source - Google

Read Also :

Geography General Knowledge Questions & Answers in Assamese

ভূগোল - Geography :


1. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?
■ বৃহস্পতি

2. পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি ?
■ এছিয়া

3. পৃথিৱীৰ দীৰ্ঘতম নদীখন ক'ত অৱস্থিত ?
■ ইজিপ্ট্

4. 'লেণ্ড অৱ মৰ্ণিং কাম' বুলিলে কোনখন দেশক বুজায় ?
■ কোৰিয়া

5. পৃথিৱীৰ ব্যাস কিমান ?
■ 12,725,5 কিঃমিঃ

6. পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ?
■ মাউণ্ট এভাৰেষ্ট

7. পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি ?
■ মৌচিনৰাম (মেঘালয়, ভাৰত)

8. সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বোধিক ?
■ বৃহস্পতি

9. চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ কিমান দিন সময় লয় ?
■ 29 -1/2 দিন

10. সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি ?
■ বুধ

11. হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায় ?
■ 76 বছৰ

12. সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লয় ?
■ 8 মিনিট

13. কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় ?
■ শুক্ৰ

14. পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম কি ?
■ প্ৰশান্ত মহাসাগৰ

15. কোনখন মহাদেশক ক'লা মহাদেশ হিচাপে জনা যায় ?
■ আফ্ৰিকা মহাদেশক

16. ভাৰতে পৃথিৱীৰ ভিতৰত কোনবিধ খনিজ পদাৰ্থ সৰ্বাধিক আমদানি কৰে ?
■ সোণ

17. বিশ্বৰ প্ৰাচীনতম ৰাজতন্ত্ৰ থকা দেশখন কি ?
■ ব্ৰটেইন

18. কপাহী কাপোৰৰ উদ্যোগৰ বাবে বিশ্ববিখ্যাত ঠাইখনৰ নাম কি ?
■ মানচেষ্টাৰ

19. কোনখন দেশৰ সৈতে ভাৰতৰ আন্তৰ্জাতিক সীমা দীৰ্ঘতম ?
■ চীন

20. বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি ?
■ আফ্ৰিকা মহাদেশ

21. 'ভূগোল' শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?
■ গ্ৰীক পণ্ডিত ইৰাট'স্থেনিছ

22. সৌৰজগতৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ গ্ৰহ দুটাৰ নাম কি ?
■ শনি আৰু ইউৰেনাছ

23. পৃথিৱীৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন ক'ত গঠিত হৈছে ?
■ গংগা-ব্ৰক্ষপুত্ৰৰ সংযুক্ত মোহনাত

24. কোন দেশত ভূগোলক বিজ্ঞানৰ মাতৃ বুলি গণ্য কৰা হয় ?
■ ৰাছিয়া

25. পৃথিৱীৰ উৎপত্তিৰ সময় কেতিয়া বুলি অনুমান কৰা হৈছে ?
■ আজিৰ পৰা প্ৰায় 4,500 নিযুত বছৰ পূৰ্বে

26. অহৰহ বায়ুৰ চাপ জোখা স্বয়ং লেখিত যন্ত্ৰটোৰ নাম কি ?
■ বেৰ'গ্ৰাফ

27. হাৱাই দ্বীপ কোন উচ্চভূমিত অৱস্থিত ?
■ হাৱাই উচ্চভূমিত

28. এস্কিম'সকলে যাতায়ত কৰা নাওখনক কি বুলি কোৱা হয় ?
■ কায়াক

29. কংগো অৱবাহিকাৰ অৰণ্য অঞ্চলত কিছু সংখ্যক চুটি চাপৰ মানুহ বাস কৰে। তেওঁলোকক কি বুলি কোৱা হয় ?
■ পিগমি

30. পৃথিৱীৰ 'চিৰ বসন্ত ৰাজ্য' বুলি কাক কোৱা হয় ?
■ কুইটো

31. বিশ্বৰ বিশ্ৰামকেন্দ্ৰিক বন্দৰটোৰ নাম কি ?
■ লোহিত সাগৰৰ পাৰত অৱস্থিত "এডেন"

32. ব্ৰিটেইনে কাগজ আৰু কপাহী কল চলাবলৈ কোনটো জনপ্ৰপাত সম্পদ হিচাপে ব্যৱহাৰ কৰে ?
■ নায়েগ্ৰা জলপ্ৰপাত

33. পৃথিৱীৰ প্ৰথম জলশক্তিৰ ষ্টেচনটো কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা হৈছিল ?
■ 1883 চনত, ফ্ৰান্সত

34. পৃথিৱীৰ 'এণ্ট্ৰেপ' মহানগৰী কোনখন ?
■ ছিংগাপুৰ

35. পোন প্ৰথমে ক'ত আৰু কেতিয়া জলশক্তি উৎপাদন কৰা হয় ?
■ জাপানৰ বিৱা হ্ৰদত, 1892 চনত

36. ধান উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত চীনৰ স্থান কি ?
■ প্ৰথম

37. কফি উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশে প্ৰথম স্থান অধিকাৰ কৰিছে ?
■ ব্ৰাজিল

38. কেতিয়া আৰু ক'ত পোন প্ৰথমে কেঁচা লো উৎপাদন কৰা হৈছিল ?
■ 1875 চনত আছানছোলৰ ওচৰৰ কুল্টীয়ত

39. ব্ৰাজিলৰ ৰাজধানী কি ?
■ ব্ৰাছিলিয়া

40. পৃথিৱীৰ সবাতোকৈ শীতল ঠাইখনৰ নাম কি ?
■ ছাইবেৰিয়াৰ ভাৰ্খুয়ানস্ক

41. 'নতুন পৃথিৱী' বুলি কোনখন মহাদেশক কোৱা হয় ?
■ আমেৰিকা মহাদেশ

42. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি ?
■ এণ্ডিজ পৰ্বতমালা

43. পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ দেশখনৰ নাম কি ?
■ অষ্ট্ৰেলিয়া

44. মাটিকালিৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ?
■ সপ্তম

45. উপকূল অৰণ্যক দক্ষিণ আমেৰিকাত কি বোলে ?
■ ছেলভা

46. ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি ?
■ Seismograph

47. পৃথিৱীৰ সুপ্ত জ্বালামুখীটোৰ নাম কি ?
■ জাপানৰ ফুজিয়ামা

48. পৃথিৱীৰ জাগ্ৰত জ্বালামথখীটোৰ নাম কি ?
■ ছিছিলিৰ মাউণ্ট এট্না

49. নদীয়ে পাৰ্বত্য অঞ্চলত সৃষ্টি কৰা গভীৰ থিয় উপত্যকাক কি বোলে ?
■ গিৰিখাত বা বন্দৰ

50. কাৰ্বি মালভূমিক কি মালভূমি বুলি জনা যায় ?
■ চেংহেই আৰনাম মালভূমি

51. উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো পাহাৰৰ উচ্চ শৃংগটোৰ নাম কি ?
■ নৰকেক্

52. মিনিকয় দ্বীপ আৰু লাক্ষাদ্বীপক কোনটো চেনেলে পৃথক কৰিছে ?
■ ন ডিগ্ৰী খাল

53. মৌচিনৰামত বছৰি সৰ্বাধিক কিমান ছেণ্টিমিটাৰ বৰষুণ হয় ?
■ বছৰি 11,419 ছেণ্টিমিটাৰ

54. পৃথিৱীৰ ভিতৰত সৰ্বাধিক কুঁহিয়াৰ ক'ত উৎপন্ন হয় ?
■ ভাৰতবৰ্ষত

55. ভাৰতৰ সবাতোকৈ জনবহুল চহৰ কোনখন ?
■ মুম্বাই

56. বিশ্বৰ কোনখন ৰাষ্ট্ৰই কপাহ উৎপাদনত শীৰ্ষস্থান অধিকাৰ কৰিছে ?
■ মাৰ্কিন যুক্তৰাষ্ট্ৰ

57. সাগৰৰ তলি নাইবা নিম্নভূমি অঞ্চল ভূ-আন্দোলনৰ প্ৰভাৱত ওপৰলৈ উঠি আহি যি মালভূমিৰ সৃষ্টি হয় তাক কি মালভূমি বোলে ?
■ মহাদেশীয় মালভূমি

58. নৌকা যাত্ৰাৰে পৃথিৱী ভ্ৰমণ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ?
■ ফাৰ্ডিনাণ্ড মেগেলান

59. কোনখন নৈৰ পৰা বিশ্ববিখ্যাত জগ জলপ্ৰপাতৰ উৎপত্তি হৈছে ?
■ সাৰাৱতী

60. ভাৰতৰ কোন ঠাইত বিশ্বৰ বৃহত্তম আৰু ক্ষুদ্ৰতম নদীদ্বীপ অৱস্থিত ?
■ অসমত অৱস্থিত (মাজুলী, উমানন্দ)

61. নিৰক্ষৰেখাৰ মাজেৰে অতিক্ৰম হোৱা মহাদেশখন কি ?
■ আফ্ৰিকা

62. সূৰ্যটো ক'ত অৱস্থান কৰিলে গোটেই বিশ্বতে দিন ৰাতি সমান হয় ?
■ নিৰক্ষৰেখা

63. কোনখন দেশে দ্বৈত-নাগৰিকত্বৰ প্ৰৱৰ্তন কৰিছে ?
■ আমেৰিকা যুক্তৰাষ্ট্ৰ

64. মালয়েছিয়াৰ ৰাজধানী কি ?
■ কুৱালালামপুৰ

65. কোন দেশৰ মুদ্ৰা পাউণ্ড ?
■ ব্ৰটিছ যুক্তৰাষ্ট্ৰৰ

66. ৰাছিয়াৰ মুদ্ৰা কি ?
■ ৰুবল

67. ছুইজাৰলেণ্ডৰ মুদ্ৰা কি ?
■ ছুইছ ফ্ৰাংক



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad