Type Here to Get Search Results !

Sports GK Questions And Answers - World Sports General Knowledge 2021

Sports GK Questions And Answers - World Sports General Knowledge


General knowledge games, Sports General Knowledge PDF, Questions on sports and games with answers, World sports quiz Questions and answers, Easy sports questions and answers, Sports GK Questions 2021, GK Questions on sports, Sports and Games quiz questions, Latest sports quiz questions and answers, sports questions and answers, Sports GK 2021,


Types of sports :

1. Basketball
2. Football
3. Cycling
4. Tennis
5. Swimming
6. Golf
7. Gymnastics
8. Boxing
9. Ice hockey
10. Badminton
11. Cricket
12. Volleyball
13. Surfing
14. Table tennis
15. Bowling
16. Rowing
17. Baseball
18. horseback riding
19. Fencing
20. Archery
21. Canoeing
22. Handball
23. Weightlifting
24. Sailing

Sports GK Questions And Answers :

World sports quiz Questions and answers - General Knowledge Sports- 2021

অলিম্পিক - Olympics :

1. 2008 চনৰ বেইজিং অলিম্পিকত সৰ্বাধিক সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা খেলুৱৈজনৰ নাম কি ?
■ মাইকেল ফেল্পছ

2. 2012 চনৰ লণ্ডন অলিম্পিকত কোনখন দেশে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিল ?
■ আমেৰিকা যুক্তৰাষ্ট্ৰ

3. কোনজন খেলুৱৈয়ে ভাৰতৰ হৈ পোন প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ব্যক্তিগত শাখাত সোণৰ পদক অৰ্জন কৰে ?
■ অভিনৱ বিন্দ্ৰা (10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত)

4. কোনখন দেশে অলিম্পিক হকীত সৰ্বাধিক সোণৰ পদক লাভ কৰিছে ?
■ ভাৰত

5. অলিম্পিকৰ মুলমন্ত্ৰ কি ?
■ বেগবান, উৰ্ধবান আৰু বলবান

6. অলিম্পিক কমিটীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
■ ছুইজাৰলেণ্ডত

7. অাধুনিক অলিম্পিক প্ৰথমে ক'ত অনুষ্ঠিত হৈছিল ?
■ এথেন্সত (1896 চনত)

8. কিমান চনত প্ৰথম শীতকালীন অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ?
■ 1924 চনত

9. অলিম্পিকত অংশগ্ৰহণৰ সৰ্বাধিক বয়সৰ সীমা কিমান ?
■ বয়সৰ কোনো সীমা নাই

10. আধুনিক অলিম্পিকৰ জনক পিয়েৰ দী কুৱেৰ্টিন কোন দেশৰ লোক ?
■ ফ্ৰান্স

11. অলিম্পিকৰ পতাকাত থকা পৰস্পৰ সংযুক্ত পাঁচটা বৃত্তই কি সূচায় ?
■ পাঁচখন মহাদেশ

12. অলিম্পিক ইভেণ্টৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ?
■ পি. টি. ঊষা


ক্ৰিকেট - Cricket :

1. কোনজন ক্ৰিকেট খেকুৱৈক 'ব্লক ব্ৰেডমেন' হিচাপেও জনা যায় ?
■ জৰ্জ হেড্লী

2. এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত পোন প্ৰথমে 10.000 ৰাণ কৰা খেলথৱৈগৰাকী কোন ?
■ শচীন তেণ্ডুলকাৰ

3. 1975 চনত কোনখন দেশে প্ৰথম বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত জয়লাভ কৰিছিল ?
■ ৱেষ্ট ইণ্ডিজ

4. এখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত ব্যক্তিগত সৰ্বাধিক ৰাণ সংগহকাৰী প্ৰথম ক্ৰিকেটাৰজনৰ নাম কি ?
■ শচীন তেণ্ডলকাৰ

5. 2012 চনত শ্ৰীলংকাত অনুষ্ঠিত আই চি চি টুৱেণ্টি-20 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰা দেশখনৰ নাম কি ?
■ ৱেষ্ট ইণ্ডিজ

6. ক্ৰিকেট খেলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
■ ডব্লিউ. চি. গ্ৰেছ

7. পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত থকা ক্ৰিকেট খেলপথাৰখন ভাৰতত অৱস্থিত। খেলপথাৰখনৰ নাম কি ?
■ ছেইল, হিমাচল প্ৰদেশ

8. ক্ৰিকেট পিটচ্ খনৰ আকাৰ কিমান ?
■ দীঘলে 22 গজ আৰু 10 ফুট বহল

9. ক্ৰিকেট বেটকখন কি কাঠেৰে তৈয়াৰী ?
■ উইল

10. টেষ্ট ক্ৰিকেটৰ প্ৰথম অভাৰতে হেটট্ৰিক অৰ্জন কৰা বিশ্বৰ সৰ্বপ্ৰথম বলাৰজন কোন ?
■ ইৰফান পাঠান

11. টেষ্ট ক্ৰিকেটত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰীৰ অভিলেখ বৰ্তমালৈ কাৰ নামত লিপিবদ্ধ হৈ আছে ?
■ ব্ৰায়ান লাৰা

12. থাৰ্ড আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমজন বেটছমেনৰ নাম কি ?
■ শচীন তেণ্ডুলকাৰ

13. কোনখন দেশে 2000 চনত টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰিছিল ?
■ বাংলাদেশ

14. প্ৰথমখন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্নামেণ্টৰ নাম কি আছিল ?
■ Prudential Trophy

15. ক্ৰিকেট খেলত ব্যৱহৃত ষ্টাম্পৰ উচ্চতা কিমান ?
■ 28 ইঞ্চি

16. কোনখন দেশত ক্ৰিকেটৰ জন্ম হৈছিল ?
■ ইংলেণ্ড

17. এতিয়ালৈকে অনুষ্টিত বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰা একমাত্ৰ আয়োজক দেশখনৰ নাম কি ?
■ শ্ৰীলংকা

18. ক্ৰিকেট বল এটাৰ ওজন কিমান ?
■ 5.75 আউন্স

19. কোনজন ক্ৰিকেটাৰক 'দা ডন' বুলিও জনা যায় ?
■ ছাৰ ডন ব্ৰেডমেন

20. টেষ্ট মেচ খেলাৰ বাবে যোগ্যতাসম্পন্ন আটাইবোৰ দেশৰ ভূমিত তেওঁলোকৰ বিপক্ষে খেতি শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছ্মেনৰ নাম কি ?
■ ৰাহুল দ্ৰাৱিড়

21. ক্ৰিকেটৰ কিমান ৰাণ সংখ্যাক নেলচন বুলি জনা যায় ?
■ 111 ৰাণ

22. টেষ্ট ক্ৰিকেট ইতিহাসত দুখন 'টাই' টেষ্টত জড়িত একমাত্ৰ দেশখন কিব ?
■ অষ্ট্ৰেলিয়া

23. প্ৰথম এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামখনৰ নাম কি ?
■ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড

24. কোনজন ক্ৰিকেট খেলুৱৈক 'গুগ্লী' বলিং ষ্টাইলৰ উদ্ভাৱক ৰূপে জনা যায় ?
■ বি. ব'চানকেট

25. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
■ ডুবাই

26. কোন চনত প্ৰথমখন দিবা-নৈশ ক্ৰিকেট খেল অনুষ্টিত হৈছিল ?
■ 1979 চনত

27. কোনখন ষ্টেডিয়ামক 'ক্ৰিকেটৰ মক্কা' বোলা হয় ?
■ লৰ্ডছ

28. ক্ৰিকেট পিট্ছত থকা বলিং বা পপিং ক্ৰিজৰ জোখ কিমান ?
■ 4 ফুট আৰু 4 ইঞ্চি

29. ক্ৰিকেটত 'গোল্ডেন ডাক' মানে কি ?
■ প্ৰথম বলতে আউট হোৱা বেটছ্মেন

30. আটাইতকৈ বেছিবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি ?
■ অষ্ট্ৰেলিয়া

31. টেষ্ট মেচত আত্মপ্ৰকাশক খেলতে শতৰাণ কৰিবলৈ সক্ষম হোৱা পিতাপুত্ৰদ্বয়ৰ নাম কি ?
■ লালা অমৰনাথ আৰু সুৰিন্দৰ অমৰনাথ

32. ক্ৰিকেটৰ ইতিহাসত কনিষ্টতম অধিনায়কজন কোন ?
■ টাটেণ্ডা টাইবু


1. দুবিধ প্ৰাচীন খেলৰ পৰা উদ্ভুত বেডমিণ্টন এবিধ জনপ্ৰিয় খেল। খেল দুবিধৰ নাম কি ?
■ পোনা, বেটলড'ৰ আৰু শ্বাটল কক

2.  আন্তৰ্জাতিক বেডমিণ্টন ফেডাৰেছন কিমান চনত গঠিত ?
■ 1934 চনত

3. মাটিৰ পৰা বেডমিণ্টন পোষ্টৰ উচ্চতা কিমান ?
■ 159 ছেঃমিঃ

4. বেডমিণ্টনত ব্যৱহৃত নেটখনৰ প্ৰস্থ কিমান ?
■ 76 ছেঃমিঃ

5. বেডমিণ্টনত ব্যৱহৃত শ্বাটল ককৰ ওজন কিমান হোৱা বাঞ্চনীয়াভ?
■ ইয়াৰ ওজন 4.73 গ্ৰামৰ পৰা 5.50 গ্ৰাম

6. বেডমিণ্টন খেলত ক'ৰ্টৰ কোনটো পক্ষৰ পৰা প্ৰথমে চাৰ্ভ কৰিব লাগে ?
■ সোঁপক্ষৰ পৰা

7. বেডমিণ্টনত এটা গেম জিকিবলৈ কিমান পইণ্টৰ প্ৰয়োজন ?
■ 21 পইণ্টৰ

8. কিমান চনত কমনৱেলথ গেমছত বেডমিণ্টন খেলক অন্তৰ্ভুক্ত কৰা হয় ?
■ 1966 চনত

9. বেডমিণ্টনৰ শ্বাটল ককত কেইখন পাখি থাকে ?
■ 16 খন

10. বেডমিণ্টন খেলৰ নেটখনৰ উচ্চতা কি ?
■ 1.55 মিঃ

11. বেডমিণ্টনৰ ক'ৰ্টৰ দৈৰ্ঘ্য কিমান মিটাৰ ?
■ 13.40 মিটাৰ

12. কোনখন দেশত বেডমিণ্টন খেলৰ সৃষ্টি হৈছিল ?
■ ভাৰত

13. কোন চনত পোন প্ৰথমে বেডমিণ্টন খেলক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয় ?
■ 1992 চনত

14. কোনজন বেডমিণ্টন খেলুৱৈয়ে 2000 বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে ?
■ পি.গোপীচান্দ

15. 2012 লণ্ডন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি বেডমিণ্টনত ব্ৰঞ্জৰ পদক দখল কৰি দেশক গৌৰৱান্বিত কৰা খেলুৱৈগৰাকীৰ নাম কি ?
■ চাইনা নেহৱাল

1. কোন দেশত দবা খেলৰ উৎপত্তি হৈছিল ?
■ ভাৰত

2. দবা খেলৰ প্ৰথমজন গ্ৰেণ্ডমাষ্টাৰ কোন ?
■ প্ৰবীণ থিপছে

3. দবা খেল কিমানজন খেলুৱৈয়ে খেলিব পাৰে ?
■ দুইজন

4. আটাইতকৈ বেছি গতিশীল দবাৰ গুটি কি ?
■ মন্ত্ৰী

5. এখন দবা ব'ৰ্ডত কিমানটা বৰ্গক্ষেত্ৰ থাকে ?
■ 64

6. এছিয়াৰ প্ৰথমগৰাকী বিশ্ব দবা চেম্পিয়নৰ নাম কি ?
■ প্ৰবীণ থিপছে

7. কোনজন দবা খেলুৱৈক মৰ্যাদাপূৰ্ণ দবা অস্কাৰ বঁটা নবাৰ পৰ্যন্ত প্ৰদান কৰা হৈছিল ?
■ এনাটলী কাৰপ'ভ

8. দবা খেলৰ আৰম্ভণি কৰা খেলুৱৈজনে কি ৰঙৰ গুটিৰে খেল আৰম্ভ কৰে ?
■ বগা

9. দবা খেলৰ সৰ্বোচ্চ সংস্থাটোৰ নাম কি ?
■ Federation International d'Echecs

10. ৱাক অভাৰৰ দ্বাৰা বিশ্ব দবা চেম্পিয়ন হোৱা একমাত্ৰ খেলুৱৈ-গৰাকীৰ নাম কি ?
■ এনাটলী কাৰপ'ভ

11. দবা খেলত জিৰ ডেশ্ব্ জিৰ বুলিলে কি বুজা ?
■ কেষ্টলিং (ৰজাৰ পক্ষ) ক বুজায়

12. বিশ্ব দবা চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা প্ৰথম আমেৰিকানগৰাকীৰ নাম কি ?
■ ববি ফিছাৰ

13. বিখ্যাত মানৱ বনাম মেচিন প্ৰতিযোগিতাত গেৰি কাছপাৰ'ভক পৰাজিত কৰাৰ ফলশ্ৰুতিত এই কম্পিউটাৰটো বিশ্ব ক্ৰিড়ানায়ক এগৰাকীক পৰাভূত কৰা প্ৰথম মেছিন হিচাপে পৰিগণিত হয়। এই কম্পিউটাৰটোৰ নাম কি ?
Deep Blue

14. কোনগৰাকী ভাৰতীয় বিস্ময় বালিকাই 1993 চনত দাণ্ডীত অনুষ্ঠিত কমনৱেলথ দবা খিতাপ অৰ্জন কৰে ?
■ তানিয়া সচদেৱ

15. কোন চনত বিশ্বনাথন আনন্দে আন্তৰ্জাতিক গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভ কৰিছিল ?
■ 1987

16. কোনজন ভাৰতীয় দবা খেলুৱৈয়ে মাত্ৰ 12 টা চালতে খেল শেষ কৰি বিশ্ব অভিলেখ গঢ়িছিল ?
■ বিশ্বনাথন আনন্দ

17. দবা খেলৰ যি পৰিস্থিতিত ৰজাক আটক হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰি আৰু ইয়াৰ ফলত খেলৰ পৰিসমাপ্তি ঘটে, তেনে পৰিস্থিতিক কি বুলি কোৱা হয় ?
■ চেকমেট

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad