110+ Desi Memes For Facebook, Instagram, Whatsapp, Twitter - Assamese Memes 2021 - Meraz Axom
In This Article I Provide you best assamese funny memes collections, like -
Memes in assamese, memes for whatsapp status, memes for fb in assamese, funny status, funny status memes, funny memes for whatsapp status in assamese, memes status, best funny assamese memes 2021, assamese memes image, assamese memes status, অসমীয়া caption funny, assamese funny memes 2021, অসমীয়া ডাইলগ, assamese jokes 2021, assamese memes quotes, Beautiful Girls Memes etc. I hope you like it.
এই Memes বিলাক Social Media ৰ যেনে - Facebook, Instagram, Twitter, Pinterest, ShareChat পৰা সংগ্ৰহ কৰা হৈছে। হয়তো এই Memes বিলাকৰ ভিতৰত আপুনি লিখাও থাকিব পাৰে, যদি আছে, তলত গৈ কমেন্ট কৰিবছোন। ইমান বিলাক Memes মই নিজে লিখা নাই যদিও সংগ্ৰহ কৰোতে মোৰ যিমান সময় লাগিছে, ইমান বিলাক Memes পাবলৈ আপোনালোকৰ কিন্তু ১মিনিটো লগা নাই, ইয়াৰ কাৰণেটো এটা Comment जरूरी है 🤣।
New Update:
আৰু বহুতো অসমীয়া মিমি -
Memes For Fb In Assamese
1. নিউটনৰ পেহিয়েকৰ পঞ্চম সূত্ৰ মতে😆🤣
ৰাতিৰ সাজত মাংস থাকিলে গধুলিৰ পৰাই বৈদ্য ভোক লাগে🤷🏻♀️🌚
2. সপ্তাহৰ 6 টা বাৰত চেনি খাই সোমবাৰে দৰা বিছাৰি শিৱক পুজিলে শিৱই ও LoL বুলি ক`ব ভন্টি 🤣
3. ল'ৰা হোৱা ইমান সহজ কথা নহয়।🙂 ছোৱালীবোৰে কৰা Ignore আৰু সিহঁতৰ Attidute বোৰ সহ্য কৰিব পৰা ক্ষমতা থাকিব লাগিব..😁
4. ইমান ৰাতি তাই ভাবিছে মই তাইৰ কথা ভাবি আছো !🙂 আচলতে মই আঠুৱাতৰা পিছটো আঠুৱাৰ ভিতৰত মহবোৰ কেনেকৈ সোমাই তাকেই ভাবি আছোঁ।☹️
5. হুমুনিয়াহবোৰে কাঢ়ি নিয়ে উশাহ । সুখ আৰু দুখবোৰ ভগাবলৈ বিচাৰি ফুৰো দুহাতৰ স্পৰ্শ 😄
6. শেষত ঘৰৰ মানুহে ও কলে,"তোৰ কোনো প্ৰেমিক চেমিক "নাই নেকি দিনটোত ফোন এটা অহা নেদেখোঁ যে !😥
7. মাজে মাজে sad post দিব লাগে। নতুবা মানুহে ভাবে মোৰ কোনো দুখ নাই😔
8. প্ৰেমত পৰা বন্ধু বান্ধৱী সকল, Ex ক দান কৰা কিমান টকা পাবলৈ বাকী থাকিল ? 😄
9. চিংগেল থকাটোও ইমান সহজ কথা নহয় 😂
চাল্লে কোনোবাই অলপ ভালকে কথা পাতিলেই প্ৰেম প্ৰেম ফিলিংছ আহি যাই 🙂
10. মোৰ দৰে Single আছা যদি পোষ্টটো শ্বেয়াৰ কৰি দিয়া। জীয়াই থাকিবলৈ সান্তনা অকমান পাম ।😢
Read Also :-
Memes In Assamese 2021
11. কিছুমান মানুহ দেখাত সৰুৰে পৰা ধুনীয়া হয় 😍 যেনে: মই 😷🏃
12. মোক Control কৰা এজনী লাগে নহলে দিনক দিনে বেয়া হৈ যায় আছোঁ। 😬
13. Talent ৰ কথা নকবা বাল, মোবাইল টিপাৰ বাদে আৰু একো Talent য়ে নাই মোৰ !😒
14. এইখন অসম হয় ভাই। ইয়াত সকলোৰে Ex য়ে ধোকা দিয়ে আৰু নিজে ধোঁৱা তুলসী পাত।🙏
15. যিটো বয়সত ইচ্ছামতে ঘূৰি-ফুৰাৰ কথা আছিল সেইটো বয়সত ধৈৰ্য্য ধৰি বহি আছোঁ। 😢
16. কোনে তোমাক চেনী বুলি কয় গুৰুত্ব নিদিবা 🤧 মনে বিচৰা সঠিক মানুহজন/জনী নোপোৱা লৈকে অভিযান চলাই যোৱা 😝
17. ঝালমুৰী খাই চকু পানী ওলাইছিল। চকু মোহাৰি মোহাৰি গৈ আছিলোঁ। কোনোবাই ফটো তুলি fb ত পোষ্ট কৰিছে :-সঁচা প্ৰেমত কান্দোন বেছি। 🤣
18. মই সেইটো যুগৰ মানুহ। যিটো যুগত "কাটা লাগা" আৰু "ভিগী হোটে তেৰি" গান পলাই পলাই চাব লাগিছিল। 😎
19. দুখ লাগে.. কিন্তু হাঁহি উঠে তেতিয়া যেতিয়া মই তাক দুদিন আগত কৰা মেচেজ চাবলৈ সময় নাপায় আৰু বেলেগ ছোৱালীক কয় মেচেজ কিয় ৰিপ্লাই নিদিয়া 🙂😂
20. এক ঘণ্টা ধৰি চাৰ্জ লগাই থোৱা ম'বাইলটোৰ 99% চাৰ্জ হওঁতেই কাৰেণ্টটো কাটি দিছে। আশা কৰা ধৰণে চাৰ্জটো হ'ব নাপালে । শক্তি বিভাগে এনে নকৰা হ'লে সুন্দৰকৈ আজি মোৰ সম্পূৰ্ণ আশা কৰা মতে চাৰ্জ হ'লহেতেন ।🤧
Best Funny Assamese Memes 2021
21. Exam নিদিয়াকৈ Result ৰ ভয় কৰি থকা আৰু Kiss কৰিয়ে Pregnant হব বুলি ভবাটো একেই কথা। 😂
22. Nurse ছোৱালী এজনী বিয়া পাতিব মন যায়, মৰম-চৰম লাগে কিন্তু🙄 ৰাতি শুই থাকোঁতে যি-টি বেজী দি দিব বুলি ভয় ও লাগে 😑
23. গাঁৱৰ নমতা ছোৱালী জনীও আজি চিঞৰি মাতিছে দাদা ৰাতি ভাত সাজ আমাৰ ঘৰতে খাব পিছত ঘৰত গৈ শুনিছোঁ তাই বোলে 4খনত লেটাৰ পাইছে 😄
24. তাইক আকৌ English ত Sweet বুলি কলে ভাল পায়,🙆♂️ কিন্তু অসমীয়াত চেনী বুলি কলে বেয়া পায়😹 এনেকে হলে কেনেকৈ হব অ মইনা 🤣
25. মই ও Message কৰি মনৰ কথা কব পাৰো কিন্তু নকৰো.... 💁♀️ যদি তুমি মোক চেনী বুলি কোৱা...😢
26. যাক ভাল লাগে সেইবোৰে অলপো নাচাই,
যাক ভাল নালাগে সেই বোৰে Yes দি যায়😑 ভগৱান এইয়াই নেকি কলি যুগ 🤣🤣
27. ছোৱালী বিলাক মেট্ৰিক পৰীক্ষাত 99.5% পাই মন নভৰে, এটা Boyfriend লগত ঘেন্তা মন ভৰিব ।🤣🤣🤣
28. আমি Single হব পাৰো ভাই কিন্তু বিনা কাৰণত কাকো 🙋Hi, Hlw বুলি Msg কৰি Disturb নকৰোঁ 💔
29. ধুনিয়া মানুহৰ হে GF/BF থাকে, আমি ভূত হে 💔
30. প্ৰেম, বন্ধুত্ব, আত্মীয় সকলো এৰি চলো মোবাইল টোৰ বাহিৰে কাৰণ ই মোৰ মতে চলে মই ইয়াৰ মতে নহয় 😎😎
Memes Quotes in Assamese 2021
31. এইটো গান শুনি আজিও কান্দিছে 😢"চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা অজানিতে বুকুত বিয়পিলা" কাৰণ তাই বোলে Ex ৰ নাম মৃদু আছিল😂
32. একমাত্ৰ মইহে জানো মোৰ জীৱনত তোমাৰ কিমান প্ৰয়োজন ☺ ইয়াত ম'বাইল আৰু Charger ৰ কথা কোৱা হৈছে ❤
33. কিছুমান ছোৱালী তেম্পুট বহি এনেকুৱা ভাৱ দেখাই যেন বেছেৰিৰ হেলিকপ্তাৰখন বেয়া হৈ গৈছে, সেই কাৰণে বাধ্যত পৰিহে তেম্পুট আহিব লগা হৈছে 🙃😄
34. এই কেইদিন সদায় ভূই ৰুই আছো কিন্ত 🤔 DSLR থকা দাদাৰ অভাৱত ফটোশ্বুটটো কৰিব পৰা নাই 😄
35. বিশ্বাস নো কাক কৰিম? Social Media ত Single Single বুলি কথা কৈ থাকা ল'ৰাটো 😂 পিছত বোৱাৰী lover হে হৈ গয় 😉😉
36. Dear future husband ❤ Please বেলেগ ছোৱালীৰ লগত বহুত ৰাতিলৈকে ফুচফুচাই কথা পাতি নাথাকিবা 😉😉
37. ভাবিলেই ভাল লাগে আমাৰ এখেতেওঁ এদিন মোক হেৰা বুলি মাতিব 💓😄
38. In a relationship with আমুক বুলি ময়ো দিব পাৰো 💕 বিয়াৰ দিনা দৰা চাবলৈ ওচৰৰ খুৰী কেইজনী নাহে বুলিহে দিয়া নাই 🙈🤣
39. "তই নেলাগে নেলাগে যাব ভূই ৰুব লৈ তই নেলাগে নেলাগে যাব পথাৰ লৈ "এনেকে কোৱা মানুহ নাই বাবে মই পথাৰলৈ যাব লগা হৈছে😢
40. কথা নাপাতিব পাৰো খং কৰি, কিন্তু তোৰ বাহিৰে মই আন কৰো নহও 😔এইটো এটা সাংঘাটিক মিছা কথা 🙃😂
অসমীয়া মিমি
41. Ego side ত ৰাখি নিজে মেছেজ কৰোঁতে যি সুখ লাগে নহয় ❤️ সেই সুখ নালাগে বাল মোক 🙂
42. 🕺ঔ বাবুহত প্ৰেমত নপৰিবা 😭 পাৰিলে ড্ৰেনত পৰিবা। তথাপিও সুৰক্ষিত হৈ থাকিবা 🤣 প্ৰেমত পৰিলে জীৱন লেতেৰা হ'ব, কিন্তু ড্ৰেনত পৰিলে শৰীৰহে লেতেৰা হ'ব। 🤣😛
43. Instagram-ত অভিনয় কৰা Heroine বিলাকে কিয় এনেকৈ ভিক্ষা মাগে- Please "Follow me" মই বুজি নাপালোঁ দে। 🤣🤣
44. 🕴Single থকাৰ মজাই এটা বেলেগ 🤣 যিজনী লৈ চোৱা সেইজনীয়ে ভাল লাগে।🤣😛
45. আজিলৈকে এটা কথা বুজি নাপালোঁ ছোৱালী বোৰৰ Jeans পেন্টত কিয় চেইন থাকে..? 🤣🤔🤣
46. ছোৱালীবোৰে 2011 চনৰ আগতে ভাবিছিল কেনে শাহু মা পাম বুলি 🤣 কিন্তু এতিয়া 2021 চনৰ শাহুবোৰে ভাবে কেনে বোৱাৰী পাম বুলি 😭
47. আমেৰিকাৰ ৰিচাৰ্ছ ইনষ্টিটিউটে কৈছে-চেনী খোৱা ছোৱালীবোৰ বিয়াৰ পিছত গিৰেয়কৰ গৰু পিটনি খাব।সাৱধান হবা 😂😜🤣🙈
48. বহুত ভাল পোৱা পিছতহাৰি গৈ পাইছা কেতিয়াবা..?😉
49. Gf ক সাবটি ধৰাৰ Feeling টো কেনেকুৱা 😌 আজিলৈ বুজিব নোৱাৰিলোঁ 😌
50. এখন দাপোন কিনিব পইচা নাই তাতে আকৌ iphone ৰ সপোন😌গছত গৰু উঠা কথা, মোৰ নিজৰ কথাই কৈছোঁ 😌
মিমি অসমীয়া ষ্টেটাছ
51. সময় এদিন মোৰ ও আহিব কিন্তু মই ঘড়ীৰ বেটাৰী খুলি থম 😏
52. ঐ ছোৱালী এবাৰ পতি চোৱা ঘূগনী দি চাওমিন খোৱাম 😄🙃
53. এজনী Gf থাকিলে এই বৰষুণৰ বতৰত মইয়ো ৰোমান্টিক হৈ গলো হয় 😌
54. ধুনীয়া ধুনীয়া আপিবোৰৰ পাতি লোৱা দাদা এজন থাকেই 🙈😄
55. Background নাজনি ছোৱালী পটুৱাত কৈ জানি শুনি ৱোৱাৰী পটুৱাই উত্তম 😂😂
56. এতিয়া কোৱা তোমাৰ Crush য়ে গম পায় নে তুমি যে তাক মনে মনে ভাল পোৱা 🙈😉
57. মিমাৰ হ'লে এটাই অসুবিধা বাল😭কাৰোৱাক Seriously কিবা এটা কলেও হাহা ৰিয়েক্ট দি গুছি যায় 😂😭
58. জীৱনত এটাই দূখ😥😥 এতিয়ালৈ কোনোবাৰ Crush হ'ব নোৱাৰিলোঁ 😥
59. সকলোৱে কয় বোৱাৰী পটোৱা সহজ, কিন্তু বোৱাৰী পটোৱা Tips টো কোনেও নিদিয়ে 😂
60. ঐ ছোৱালী ভালে ভালে I Love You বুলি কবা নে থানাত গৈ FIR এখন দি থৈ আহিম 😁
অসমীয়া জমনি মিমি
61. মই প্রেমত পৰিছিলো কিন্তু মই অকলে পৰিলো বৰ দুখ পালো জানা। 😢
62. মিঠাতেল আগতে মানুহে ভৰিত বেছিকৈ ঘহিছিল, আৰ্শীবাদ পাই বহুত উপৰলৈ গুছিগল ছাগে ন। 😝
63. "মোৰ সকলো তুমিয়েই" 💛 It's Normal, কিন্তু "মোৰ পৃথিৱীখনেই তুমি"💖🌍 Oooo maa gooo ভৌগোলিক প্ৰেম 😆
64. জীৱনত ডাঙৰ ডাঙৰ HD সপোনবোৰক Convert কৰি 3gp বনাইছো অলপ জিলমিল ওলাই তথাপিও চলি যায় মোৰ ।😢
65. নমৰে ❌কেতিয়াওঁ নমৰে, তাৰ পিছত আহে
তোমাক নাপালে মৰি যাম বুলি কোৱাকেইটা 😉🙈
66. ৰাতিৰ এন্ধাৰক ঘেণ্টাও ভয় নকৰো মই 😏মাথো ভুতলৈ হে অলপ ভয় লাগে ☠💀
67. Bathroomত গান গোৱা Talentটো যদি Stage ত দেখাব পাৰিলো হয় 😒 ময়ো আজি ডাঙৰ গায়ক হব পাৰিলো হয় 🎤🙂
68. প্ৰেম সাগৰত এদিন মইও নাও মেলিছিলো কিন্তু নাও খনৰ ফুটা আছিল ঘুৰি আহিলো 🙄
69. চাৰ্জত দি মোবাইল টিপিব এৰি নিদিওঁ 😌 আৰু তুমি ভাবিছা মই তোমাক বেলেগৰ হ'ব দিম😒 impossible 😄😎
70. কিমান আৰু অপেক্ষা কৰিম😒 আমনি লাগি গৈছে আৰু 😖 কবিয়ে মোবাইল Charge হোৱাৰ কথাহে কৈছো দেই 😁
কমেডি মিমি অসমীয়া
71. ৰ'দ দি থকাৰ পিছত ও যদি বৰষুণ দিছে তেনেহলে জানিবা যে শিয়ালে বিয়া পাতিলে 🤣
72. কবিয়ে কৈছে - দেখাৰ লগে লগে পছন্দ হয় যোৱাকে ভালপোৱা নকয়... সেইটোক আপি পাগল বুলি কয়.. 😄🙈
73. লাগিলে নিমখ খাই শৰীৰৰ তেজ পানী কৰি পেলাম তথাপিও চেনী নাখাওঁ 😐
74. আজিলৈ ঘৰত গিলাচ এটা ভাঙি নাপালোঁ আৰু কাৰোবাৰ মন কেনেকৈ ভাঙিম।😌
75. লাহে লাহে জীৱনৰ পৰা সকলোবোৰ বস্তু হেৰাই যাব ধৰিছে, আজিও ১০ টকীয়া নোট এখন হেৰালে 😔😢
76. গৰম দিনত এটাই ভাল লাগে, যিমান ৰ'দ দিলেও ঠাণ্ডা নালাগে। 😎😄
77. মোবাইলত এবছৰৰ কাৰণে ৰিচাৰ্ছ ময়ো কৰিব পাৰো 😌 কিন্তু যদি মাজতে মৰি যাওঁ☺️ তেতিয়াই এনেই যাব বুলিয়েই কৰা নাই 😌
78. তোমাক চাই থাকিলে কেতিয়াও আমনি নালাগে ❤️ কবিয়ে ইয়াত মোবাইলৰ কথা কৈছে 😎😄
79. Ex ৰ বাবে পোষ্ট শ্বেয়াৰ কৰি লাভ নাই, Nextৰ বাবে শ্বেয়াৰ কৰা শুভ ফল পাবা। 😎😄
80. "কৰিবলৈ সকলোৰে মন থাকে প্ৰয়োজনত হে নাপাই" কবিয়ে ইয়াত চৰকাৰী চাকৰিৰ কথা কৈছে। 😎😄
অসমীয়া নতুন ডাইলগ
81. কাহিনী নহয় এটা ধুনীয়া জীৱন লাগে, তোমাক নহয় তোমাৰ ভন্তীক লাগে 🙈😄
82. Single মানুহবোৰ বাঘৰ দৰে, তেওঁলোকে সদায় চিকাৰৰ সন্ধানত থাকে 🙆
83. খাবলৈ নাপাওঁ বুলি জানিও এবাৰ হ'লেও খোজা বস্তু টোৱেই হৈছে Birthday Party 🎂 🤣
84. এই পৃথিৱীত মা' তকৈ ডাঙৰ আৰু কোনো নাই😌 সেইকাৰণে কৈছোঁ ছোৱালী সকল সোনকালে বিয়া পাতি লৈ মা' বনি যোৱা😍🤗
85. জীৱনত দুটা বস্তু এতিয়ালৈকে দেখা নাই✌️
ঘোৰাৰ ডিমা 🥚আৰু Single ছোৱালী👩.. 🤣🙈
86. যাক আলু ভাজাৰ দৰে ভাল পাইছিলো, তাই তিতা কেৰেলা দৰে Ignore কৰি গুছি গ'ল । 😢
87. মোৰো মন যায় কাৰোবাক খং কৰি ভাত নাখাও বুলি কৈ মনে মনে একাহি মাৰিবলৈ... মইওটো মানুহ ন 😄😎
88. কবিয়ে কৈছে - ছোৱালীৰ মেচেজ ৰ Reply চৰকাৰী আঁচনিৰ দৰে😌 কোনোবাই পাইছে কোনোবাই নাই পোৱা, কিন্তু আবেদন সকলোৱে কৰিছে ! 😍
89. মুখত দামী দামী মেকাপ সানি বগা হ'ব আৰু বিয়াৰ পিছত বাচ্চা কলা হ'লে দেউতাকৰ নিচিনা হৈছে 😐 ভন্তি ধেমালিৰো এটা সীমা থাকে !🙄 🙈
90. আমাৰ মৰমৰ প্ৰেমিক-প্ৰেমিকা সকল এটা কথা জানি লোৱা যে... মাংস বেপাৰী বাহিৰে আন কোনেও কলিজা দিব নোৱাৰে 😂🤣
91. ইচ্ছা কৰিলে মইও Relationshipt যাব পাৰো কিন্তু ৰাস্তাবোৰ পিছল কাৰণে যাব মন নাই মোৰ 😁
অসমীয়া জমনি কৌতুক
92. তুমি নাখালে মইও নেখাও বুলি কোৱা এজনীৰ অভাৱত দিনক দিনে শুকাই খিনাই গৈছো মই ।
93. Dear ভণ্টিহত ইমান লেভেল মাৰি লাভ নাই ৷কাৰণ বিয়াৰ পিছত মেক্সি পিন্ধি ডেক্সি ধুব লাগিব ৷ 😁🙈
94. ঠান্ডা ঠান্ডা ভাব সাৱতি ধৰা জনীৰ অভাব।😌😌
95. আহিলে চিৰজীৱনৰ কাৰণে আহিবি অহা-যোৱা কৰি থাকিবলৈ এইখন তোৰ বাপেৰৰ ঘৰ নহয়; মোৰ হৃদয় হয়!😏😂
96. ক্লা মোৰ ভাগ্যটো ইমানেই বেয়া যে😢 সপোনতো যদি কোনোবা ছোৱালীক দেখো🤔 তাইৰ ও বয়ফ্ৰেণ্ড থাকে 😋😂
97. পেৰেম চেৰেম বাদ দিয়া, এতিয়া কোৱা, সৰুতে বেলেগৰ কোলাত মুতি পাইছা নে ?😂😂
98. চিনেমাত দেখাৰ নিচিনাকৈ গাৰু দলিয়াই তুলা বোৰ উৰুৱাই দিবলৈ মোৰো মন যায়😁 কিন্তু তেনেকুৱা এজনীৰ অভাৱ কাৰণেহে কৰা নাই😒😒
99. বিয়া পাতিবলৈ ছোৱালী চাই আছো , কিন্তু ছোৱালী পছন্দ নহয়,বোৱাৰী বিলাক পছন্দ হয় । 🤣🙈
100. এটাই মাথো ইচ্ছা মৰাৰ আগত এবাৰ বেহাৰবাৰীৰ কমলৰ ভনীয়েকক চাই যোৱা 😛
101. 100 kG মান ওজনৰ ছোৱালীজনীৰ নাম ৰাখিছে পখিলা 😒 ঘেন্তা উৰিব পাৰিব তাই 🤣
গাওঁলীয়া মিমি
102. গামোচা পিন্ধি শুই কি লাভ যদি ৰাতিপোৱ সাৰ পাই গামোচাখন বিচাৰি ফুৰিব লাগে🙈😜🤣
103. ছোৱালী সকললৈ এটা প্ৰশ্ন লিপষ্টিক লগোৱাৰ পাছত মুখ খন পা পা কৰাটো জৰুৰী নেকি 🙈🤣
104. Emergency গাৰ্লফ্ৰেণ্ড🙎 পাবলৈ হলে 😍
কিমান নম্বৰ Dial কৰিব লাগিব বাৰু 🙆🤔
105. বহল Plazoo পিন্ধি যে যতে ততে উজটি খাই পৰা, তাতকৈ মোৰ প্ৰেমতে কিয় নপৰা।🙈😂
106. চেনেহৰ প্ৰাক্তন প্ৰেমিকা তোমাৰ ছবি মই চহৰৰ দেৱাল বোৰত আঁকিম, কুকুৰে পেচাব নকৰিলেও মানুহেটো কৰিব 😉😂
107. Oky তুমি কিউট, হাঁহিলে দিম্পল পৰে, কুকুৰ দাঁত দুটা ওলাই পৰে.. কিন্তু টিকাত যে মাংস নাই সেইটো কি হব...😏🙈😂
108. হৈছে যৌৱনৰ খজুৱতি,তুমি নাম দিছা এলাৰ্জি.😒😒🙈😂😂
109. লগৰ ল'ৰাবোৰ দুটা সন্তানৰ বাপেক হ'ল মই যে এটাও পতাব পৰা নাই 🙊ধিক্কাৰ এই জীৱন😕🙈😂
110. ঐ' তোমাক কৈছো ইমান DP কিয় চেক কৰা 🤔 Direct Propose কৰিলেই হল জন্মগত Single আছো । 🤣🙈
111. ছোৱালী বোৰক 🌙জোনৰ লগত তুলনা কৰিবৰ মন যায় 😜 যাৰ নিজা পোহৰ নাই।
ছোৱালী বোৰো💋💄মেকাপৰ বলতে জিলিকি থাকে 🙈😜
এই সকলোবোৰ Memes Facebook ৰ পৰা সংগ্ৰহ কৰা হৈছে। যদি এই খাটি অসমীয়া Funny Memes বিলাক আপোনাৰ ভাল লাগিছে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰনৰ পোষ্ট সদায় পাবলৈ আমাৰ এই Meraz Axom ওৱেবচাইটৰ লগত জৰিত হৈ থাকিব। ধন্যবাদ
Disclaimer
This post is only for entertainment purpose. Don't take it personally, if you take it seriously that's you're problem. I don't care.