English to Assamese Translation | General Knowledge 2021
Relationship (পৰিয়ালৰ সম্বন্ধ)
- Mother (মাদাৰ) - মা
- Father (ফাদাৰ) - দেউতা
- Grand-Father (গ্ৰেণ্ড ফাদাৰ) - আতা, ককা
- Grand-Mother (গ্ৰেণ্ড মাদাৰ) - আইতা
- Son (চন) - পুত্ৰ
- Daughter (ডটাৰ) - জীয়েক
- Brother (ব্ৰাদাৰ) - ভাই
- Sister (ছিষ্টাৰ) - ভনী
- Aunt (আন্ট) - খুৰী, মামী, মাহী, পেহী
- Nephew (নেফিউ) - ভতিজা, ভাগিন
- Niece (নাইচ) - ভতিজী
- Cousin (কাজিন) - সম্বন্ধীয় (ভাই - ভনী)
- Husband (হাচবেণ্ড) -গিৰিয়েক
- Wife (ৱাইফ) - ঘৈণীয়েক
- Mother in law (মাদাৰ ইন ল) - শাহু আই
- Father in law (ফাদাৰ ইন ল) - শহুৰ
- Sister in law (চিষ্টাৰ ইন ল) - খুলশালী
- Son in law (চন ইন ল) - জোৱাই
- Daughter in law (ডটাৰ ইন ল) - বোৱাৰী
- Brother in law (ব্ৰাদাৰ ইন ল) - খুলশালী(ল'ৰা), ভিনদেউ
- Parents (পেৰেণ্টচ) - মা, দেউতা
- Guardian (গাৰ্জিয়েন) - অভিভাৱক
- Maternal uncle (মেটাৰনেল আঙ্কল) - মামা
- Adopted son (এডাপটেড চন) - তুলি লোৱা, পালনীয়া পুত্ৰ
- Step mother (ষ্টেপ মাদাৰ) - সতীয়া মা
- Step brother (ষ্টেপ ব্ৰাদাৰ) - সতীয়া ভাই
- Grand son (গ্ৰেণ্ড চন) - নাতি
- Younger brother (ইয়ংগাৰ ব্ৰাদাৰ) - সৰু ভাই
- Elder brother (এল্ডাৰ ব্ৰাদাৰ) - ভাঙৰ ভাই
- Guest (গেষ্ট) - আলহী
- Teacher (টিচাৰ) - শিক্ষক
- Customer (কাষ্টমাৰ) - গ্ৰাহক
- Examiner (একজামিনাৰ) - পৰীক্ষক
- Lover (লাভাৰ) - প্ৰেমিক
- Host (হোষ্ট) - আলহী সেৱক
- Woman (ওম্যান) - মহিলা
- Girl (গাৰ্ল) - ছোৱালী
- Boy (বয়) - ল'ৰা
Parts Of Body (শৰীৰৰ অংগ)
- Hair (হেয়াৰ) - চুলি
- Skull (স্কাল) - লাওখোলা
- Forehead (ফৰহেড) - কপাল
- Body (বডী) - শৰীৰ
- Nose (নোজ) - নাক
- Cheek (চীক) - গাল
- Tongue (টাঙ্গ) - জিভা
- Mouth (মাউথ) - মুখ
- Lips (লিপ্চ) - ওঠ
- Jaw (জ) - দাঁতৰ পাৰি
- Shoulder (শোল্ডাৰ) - কান্ধ
- Knee (নী) - আঠু
- Wrist (ৰিষ্ট) - খাৰুগাঁঠি
- Back (ব্যাক) - পিঠি
- Stomach (ষ্টম্যাক) - পাকস্থলী
- Liver (লিভাৰ) - যকৃত
- Bone (বোন) - হাড়
- Testicle (টেষ্টকল) - অণ্ডকোষ
- Hand (হ্যাণ্ড) -হাত
- Leg (ল্যাগ) - ভৰি
- Toe (টো) - ভৰিৰ আঙুলি
- Buttock (ব্যটক) - তপিণা
- Gum (গম) - দাঁতৰ আলু
- Thumb (থাম্ব) - বুঢ়া আঙুলী
- Palate (প্লেট) - তালু
- Skin (স্কিন) - চাল
- Vein (ভেইন) - শিৰা
- Womb (উম্ব) - জৰায়ু
- Head (হেড) - মুৰ
- Brain (ব্ৰেইন) - মগজু
- Eyebrow ( আইব্ৰু) - ভ্ৰু
- Eye (আই) - চকু
- Ear (ইয়াৰ) - কাণ
- Tooth (টুথ) - দাঁত
- Beard (বিয়াড) - দাড়ি
- Neck (নেক) - ডিঙি
- Moustache (মুসটেশ্ব) - গোঁফ
- Chin (চিন) - থুতুৰি
- Arm (আৰ্ম) - বাহু
- Armpit (আৰ্মপিট) - কিলাকুটি
- Finger (ফিঙ্গাৰ) - আঙুলি
- Belly (বেলি) - পেট
- Navel (নভেল) নাভি
- Pulse (পালস) - নাড়ী
- Kidney (কিডনি) - মুত্ৰাধাৰ
- Thigh (থাই) - ঊৰু
- Blood (ব্লাড) তেজ
- Foot (ফুট) - ভৰি
- Sole (সোল) - ভৰিৰ তলুৱা
- Eyeball (আইবল) - চকুৰমণি
- Index finger (ইনডেক্সফিঙ্গাৰ) - তৰ্জনী
- Intestine (ইন্টাষ্টাইন) - পেটৰ ভিতৰ
- Joint (জইণ্ট) - গাঁঠি
- Palm (পাম) - হাতৰ তলুৱা
- Rib (ৰিব) - কামিহাড়
- Throat (থ্ৰোট) - কণ্ঠ
Week's Seven Days (সপ্তাহৰ সাত দিন)
- Sunday (চানডে) - দেওবাৰ
- Monday (ম'নডে) - সোমবাৰ
- Tuesday (টুইছডে) - মঙ্গলবাৰ
- Wednesday (ৱেডনেছডে) - বুধবাৰ
- Thursday (থাৰ্ছডে) - বৃহস্পতিবাৰ
- Friday (ফ্ৰাইডে) - শুকুৰবাৰ
- Saturday (চেটাৰডে) - শনিবাৰ
Fruits (ফ্ৰুইটচ্) ফলমূল
- Apple (এপেল) - আপেল
- Banana (ব্যানানা) - কল
- Grapes (গ্ৰেপচ্) - আঙুৰ
- Chrres (চেৰী) - বগৰী
- Jackfruit (জেকফ্ৰুট) - কঠাল
- Mango (মেংগো) - আম
- Strawberries (ষ্ট্ৰবেৰি) - জামু
- Orange (অৰেঞ্জ) - কমলা
- Pear (পীয়েৰ) - নাচপতি
- Pomegranate (পোমিগ্ৰেনেট) - ডালিম
- Pineapple (পাইনএপেল) - মাটিকঁঠাল
- Watermelon (ওৱাটাৰমেলন) - তৰমুজ
Vegetables (ভেজিটেবুল্স) শাকপাচলি
- Onion (অনিয়ন) - পিয়াজ
- Garlic (গাৰ্লিক) - নহৰু
- Papaya (পাপায়া) - অমিতা
- Pumpkin (পাম্পকীন) - ৰঙালাও
- Carrot (কেৰট) - গাজৰ
- Pea (পী) - মটৰ
- Lemon (লেমন) - নেমুটেঙা
- Corn (কৰ্ণ) - মাকৈ
- Chilli (চিলি) - জলকীয়া
- Cabbage (কেবেজ) - বন্ধাকবি
- Cauliflower (ক'লিফ্লাৱাৰ) - ফুলকবি
- Radish (ৰেডিচ) - মূলা
Animals (এনিমেল্স) জীৱ-জন্তু
- Buffalo (বাফেলো) - ম'হ
- Cow (কাও) - গাইগৰু
- Cat (কেট) - মেকুৰী
- Donkey (ডংগী) - গাধ পোৱালী
- Dog (ডগ) - কুকুৰ
- Elephant (এলিফেন্ট) - হাতী
- Goat (গট) - ছাগলী
- Horse (হৰ্চ) - ঘোঁৰা
- Monkey (মংকি) - বান্দৰ
- Ox (অক্স) - ষাড়গৰু
- Pig (পিগ) - গাহৰি
- Sheep (সিপ) - ভেঁড়া
Birds (বাৰ্ডচ) চৰাই
- Peacock (পিকক) - ম'ৰা চৰাই
- Pigeon (পিজন) - পাৰ
- Parrot (পেৰট) - ভাটৌ
- Kite (কাইট) - চিলনী
- Owl (আওল) - ফেচাঁ
- Duck (ডাক) - হাঁহ
- Swan (চোৱান) - ৰাজহাঁহ
- Nightingale (নাইটিংগেল) - বুলবুল
- Sparrow (স্পেৰো) - ঘৰচিৰিকা
- Crow (ক্ৰো) - কাউৰী
- Cuckoo (কাকু) - কুলি
- Cock (কক্) - মুৰ্গী
Insects (ইনচেক্টচ) পতংগ
Butterfly (বাটাৰফ্লাই) - পখিলাFly (ফ্লাই) - মাখি
Spider (স্পাইডাৰ) - মকৰা
Bee (বী) - মৌ মাখি
Mosquito (মোচকুইট) - মহ
Tortoise (টৰটইজ) - কাঁছ
Frog (ফ্ৰগ) - ভেকুলী
Scorpion (স্কৰপিয়ন) - বৃশ্চিক
Lizard (লিজাৰ্ড) - জেঠী
Ant (এণ্ট) - পৰুৱা
Fish (ফিচ্) - মাছ
Crab (ক্ৰাব) - কেকোঁৰা
Vehicles (ভেহিকলচ্) যান বাহন
- Scooter (স্কুটাৰ) - স্কুটাৰ গাড়ী
- Train (ট্ৰেইন) - ৰেলগাড়ী
- Aeroplane (এৰোপ্লেন) - উৰাজাহাজ
- Dubble Decabus (ডাবল ডেক বাচ) - দুইতলা বাচ
- Ship (চিপ) - জাহাজ
- Car (কাৰ) - মটৰ গাড়ী
- Tram (ট্ৰাম) - ট্ৰাম
- Jeep (জীপ) - জীপ
- Bicycle (বাইচাইকেল) - চাইকেল
- Boat (বোট) - নাও
- Truck (ট্ৰাক) - মালবাহী গাড়ী
- Motorcycle (মটৰ চাইকেল) - মটৰ চাইকেল
Domestic Articles (ডমেচটিক আৰ্টিকেলচ্) ঘৰুৱা সামগ্ৰী
- Bulb (বাল্ব) - বিজুলী বাল্ব
- Fork (ফৰ্ক) - কাটা চামুচ
- Knife (নাইফ) - চুৰী কটাৰী
- Bucket (বাকেট) - বাল্টী
- Pan (পেন) - চচ্পেন
- Spoon (স্পুন) - চামুচ
- Box (বক্স) - বাকচ
- Candle (কেণ্ডল) - মমবাতি
- Bag (বেগ) - মোনা
- Lock (লক) - তলা
- Watch (ৱাটচ্) - ঘড়ী
- Chair (চেয়াৰ) - চকী
0