Type Here to Get Search Results !

Best Assamese Funny Memes Collection 2021- Facebook, Instagram, Twitter, Whatsapp Memes

Best Assamese Funny Memes Collection 2023- Facebook, Instagram, Twitter, Whatsapp Memes 

অসমীয়া caption for instagram, assamese memes quotes, assamese memes status, অসমীয়া ষ্টেটাছ,


In This Article I Provide you best assamese funny memes collections, like -  অসমীয়া caption funny, assamese funny memes 2023, অসমীয়া ডাইলগ, assamese jokes 2023, অসমীয়া জমনি কৌতুক, অসমীয়া নতুন কৌতুক, অসমীয়া caption for instagram, assamese memes quotes, assamese memes status, Beautiful Girls Memes etc. I hope you like it. 

Best Assamese Funny Memes Collection 2023

1. চেঁচা কৰি যোৱা বতাহ যাক কত আছা তুমি, এবাৰ আহি চেঁচা কৰি যোৱা বহুত গৰম হৈছে। 

2. লগৰ বোৰে মোক তেতিয়াৰ পৰাই চেনি বুলি কবলৈ এৰিব.. যেতিয়াৰ পৰা মোৰ জীৱনলৈ কোনোবা এজনীৰ আগমন হ'ব ।অপেক্ষা মাথো সেই দিনটো লৈ। 

3. তোমাৰ Story ত যিমান খিনি Love React দিলোঁ ! সাঁচি থোৱা হলে আজি মই Love React ৰ মালিক হলো হেঁতেন। 

4. গণিতৰ আলফা , বিতা , গামা আৰু মোৰ EX ৰ ড্ৰামা আজিলৈকে বুজি নাপালো কিলা। 

5. Gf ৰ আগত তাইৰ বান্ধবীৰ গুন গোৱা আৰু PETROL PUMP ৰ আগত চিগাৰেট খোৱা একেই কথা। 

Assamese Funny Memes 2023

6. তাক এবাৰ School ত প্ৰধান মন্ত্ৰী পাতিছিল  এতিয়া সি Bio ত লিখি থৈছে Ex PM। 

7. দুখৰ কথা নকবা মোক, যাৰ লগত কথা পাতিবৰ কাৰণে Recharge কৰো, তেওঁৱেই Msg ৰ Reply নিদিয়ে বাল। 

8. কথা পাতি থাকিবলৈ এলাহ লাগে বাবে, মই Single হৈ আছোঁ। 

9. বাহিৰত থাকিব নোৱাৰি, বহুত ৰদ কাৰোবাৰ হৃদয়ৰ ভিতৰত অলপ মান ঠাই হব নেকি ? 

10. I Hate কথা কলেই "হেৰী মানে, নহয় মানে " কৈ থকা মানুহ, যি কব আছে, Direct কয় দিব লাগে বাল। 

Assamese Memes Status

11. ক্লাছ 7 ৰ ভন্টি এজনীয়ে Status দিছে, "তুমি পাহৰিলেও, সেই দিন বোৰ মই পাহৰিব নোৱাৰো"
কোনবোৰ দিন ভন্টি ? শেঙুন চেলেকি খোৱা দিনবোৰ নেকি ? 

12. তোমাক কোনোবাই ধৌখা দিলে, তুমি ও কাৰোবাক দিয়া। কাৰণ Khoon ka badla khoon hei মই কোৱা নাই, সি কৈছে। 

13. তাইৰ কাৰণে Jio এৰি Airtel ব্যৱহাৰ কৰিছিলোঁ, এতিয়া তাই মোক এ এৰি গ'ল। 

14. Boyfriend এ ধৌখা দিলে, দুখ নকৰিবা ভন্টি, আমি বোৰ জীয়াই আছো টো। 

15. তুমি মাত্ৰ ভাল পাওঁ বুলি কোৱা, Married to অমুক বুলি লিখা দায়িত্ব মোৰ। 

Funny Memes In Assamese

16. গোটেই Talented ভাইটি ভন্টি সকলৰ মাজত নিজকে কিবা অলগৰ্ধ দৰে লাগিছে। 

17. আগতে ৰিজাল্ট ৰ খবৰ লব গলে গোল্লা খুৱাইছিল, আৰু এতিয়া ৰিজাল্ট ৰ খবৰ লব গলে বুণ্ডিয়া- ভূজিয়া খুৱাই। ইয়াকে কয় পৰিবৰ্তন। 

18. যেতিয়া মই Single বুলি কও, চুপ চাপ মানি ল'ব লাগে, তই ও Single ? নহয় নেকি ? এইবিলাক কয় Confused কিয় কৰা বাল। 

19. গাৰ্লফ্ৰেইন্দৰ ফুচ ফুচনি শুনা সময়ত, মহ ৰ গুণ গুননি শুনিব লগীয়া হৈছে। 

20. দৌৰি দৌৰি ভাগৰি পৰিছো, তথাপিও পৰা নাই পেটটো কমাব। 

Memes Assamese 2023

21. চেনী খোৱাটো টো দূৰৰে কথা, গোল্লা খাবলৈ ও বেয়া পাও মই। 

22. বেছি Ignore নকৰিবা ভন্টি, কি ঠিক কাইলৈ - "হেৰি শুনিছেনে" বুলি মোকো মাতিব লাগিব পাৰে। 

23. সকলো ছোৱালীয়ে Kit kat, Dairy milk নিবিচাৰে, কিছুমান ছোৱালীয়ে Shikhar, Kamla pasand ও বিচাৰে। 

24. সব লৰাকে বেয়া বুলি নকবা ভন্টি, তোমাৰ জন মদাহী, তাতে আমি কি বাল কৰিম। 

25. In a relationship with অমুক বুলি মই ও দিব পাৰো, কিন্তু সেইফালৰ পৰা Sms ৰ Reply নাহে , কাৰণে হে দিয়া নাই। 

Assamese Memes Fb

26. " ইতা পানী এক গিলাছ লৈ খাবা নোৰা, বিয়া পাতলি দেখা পাম ৰ " 
বক্তা - আমাৰ মা 

27. যৌৱন এ আমনি কৰা বয়সত, গৰম এ আমনি কৰি আছে। 

28. ইমান ধুনীয়া, ধুনীয়া ফটো বিলাক Upload নকৰিব চোন, দুখ লাগে মোৰ মই ও টো মানুহ ন। 

29. ওপৰৰ মাল, বহুত ওপৰৰ মাল গাৰ্লফ্ৰেইণ্ড ৰ ঘৰত গৈ " আমি একেলগে পঢ়া" বুলি কৈ চাহ- পানী খাই অহা কেইটা। 

30. ভাল টো সি তোমাকে পাই, কিন্তু বিয়া হে বেলেগক পাতিব। 

Memes Funny Assamese

31. ছায়া হৈ কাষত থিয় দিয়া কোনো নাই, কাৰণে  আজি মই ঘৰৰ ভিতৰত সোমাই থাকিব লগীয়া হৈছে। 

32. গৌৰবেৰে কব পাৰো, Corona ই দুবাৰত বহুত মানুহক বগা কৰিলে, কিন্তু মোক বগা কৰিব নোৱাৰিলে। 

33. Dear হব লগা জনী, বেলেগৰ পেট কেইটা চাই থাকিম নে, তুমি ও মুখখন দেখুৱাবা ? 

34. মই ভাল লাগে, বুলি কৈ থাকোঁতে, তাইৰ বেলেগ ৰ লগত ভাল পোৱা য়ে হৈ গ'ল। 

35. নেওতাৰ ভাগ মুখস্থ কৰা বয়সত Boyfriend ৰ ফোন নম্বৰ মুখস্থ কৰিলে, বাহ টো খাবাই ন ? মইনা 

Assamese Funny Facebook Memes

36. কবিয়ে কৈছে প্ৰেম সদায় পত্নীৰ লগত কৰিব লগে। নিজৰ পত্নী হব লাগিব কোনো কথা নাই, বেলেগৰ হলেও চলিব। 

37. এবাৰ মাত্ৰ ভাল পাও বুলি কোৱা, মাংস বুলি চয়াবিন খুওৱাৰ দায়িত্ব মোৰ। 

Khati Axomiya Memes

38. যিমান যি নহলেও , মোবাইল টিপাৰ সমান সুখ আন কোনেও দিব নোৱাৰে। 

39. পৰিস্থিতিৰ ওচৰত সময়েও হাৰ মানিবলৈ বাধ্য হয়, যেতিয়া ঘড়ীৰ Battery শেষ হয়। 

40. ঘৰৰ গৰু, ছাগলী কেইটা চিনি নোপোৱা বোৰেও Bio ত Animal lover বুলি লিখে, জীৱস্রেষ্ঠৰ বিলৈ। 

41. "তোমাক কিবা এটা ভাল লাগে "এইখিনি শুনিবলৈ সকলোৰে ভাগ্যত নাথাকে, মোৰ ভাগ্যত ও নাই। 

এই Memes বিলাক ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে। Funny Memes বিলাক ভাল লাগিলে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰনৰ পোষ্ট সদায় পাবলৈ আমাৰ এই Meraz Axom ওৱেবচাইটৰ লগত জৰিত হৈ থাকিব। ধন্যবাদ 

Disclaimer
This post is only for entertainment purpose. Don't take it personally, if you take it seriously that's you're problem. I don't care.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad