Type Here to Get Search Results !

Latest Assamese Funny Memes Collection 2022 - Instagram, Facebook, Twitter, Whatsapp Memes

মিম হৈছে পাঠেৰে সজ্জিত এক ভাইৰেলভাৱে প্ৰেৰণ কৰা ছবি, সাধাৰণতে সাংস্কৃতিক চিহ্ন, সামাজিক ধাৰণা, বা সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰত স্পষ্ট ভাষ্য ভাগ বতৰা কৰা। মিম এটা সাধাৰণতে ফটো বা ভিডিঅ' হয়, অৱশ্যে কেতিয়াবা ই পাঠৰ এটা খণ্ড হ'ব পাৰে। যেতিয়া এটা মিম বহুলোকৰ সৈতে প্ৰতিধ্বনিত হয়, ই টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, টেক্সটিং আদিৰ দৰে সামাজিক প্লেটফৰ্মৰ জৰিয়তে বিয়পি পৰে। মিম যিমানে বিয়পি বঢ়াব সিমানে ই সাংস্কৃতিক প্ৰভাৱ অধিক হ'ব।

বন্ধু-বান্ধবী সকল আপোনালোকলৈ আজি এই পোষ্টোৰ জৰিয়তে মই বহুতো জমনি মিমি লৈ আহিছো, যেনে :- অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,ইত্যাদি।
(Note - Just Joking, Not Take Seriously)
 
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

Assamese Funny Memes Collection 2022

1. বিয়া হলে টকা পইছা চাইয়েই বিয়া হোৱা উচিত,চৰিত্ৰ মোটামোটি সকলোৰেই বেয়া,
Tempoত বহি কান্দাত কৈ Scorpioত বহি কান্দাই ভাল।

2. মানুহ বগা নাথাকে, কিছুমানৰ তেজ বেয়া থাকে বাবেহে চালখন বগা দেখি।

3. সমস্যাৰ পৰা উদ্ধাৰ পাব খুজিছে যদি, সমস্যাটো storyত লিখি দিয়া, 24 ঘন্টাত গায়েব নহলে মোৰ নাম সলাই থবা।
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

অসমীয়া ডাইলগ

4. তোমাৰ যে Ex য়ে কৈছিল তুমি মোতকৈ বহুত ভাল এজন পাবা, সেই ভাল জনেই মই !

5. মই যদি কেতিয়াবা Online নাথাকো বুজি লবা Offline ত থকা বুলি ।

6. দেখিলেই ফতুৱা লাগে সেইটো Couple, যত লৰাজনতকৈ ছোৱালী জনীৰ Hight বেচি ।

7. যিদৰে মুৰ খুজোঁৱালে মুৰত dandruff থকা নুবুজায় ঠিক সেইদৰে love react দিলে ভাল পোৱা নুবুজায়।

8. আমি লৰাবোৰেও ঘৰ এৰি দুৰত যাব লগা হয়, 😥
চিগাৰেট খাবৰ বাবে ।😂
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

কৌতুক অসমীয়া

9. বিয়া বাৰু পতা পুৰুষ মহিলা বোৰ সোনকালে শুই যাবা চোন, তহঁতৰ বাবে Single বোৰৰ নেট Slow মাৰে।

10. বহুত দিনৰ মুৰত online আহিলো, কোনোবাই মোৰ মোবাইলটো চুৰি কৰিছিল, দুখলগা কথাটো হল মোবাইলটো i phone আছিল৷

11. দুনীয়া জ্বলি গলেও Exক বেলেগৰ লগত দেখি নজলো, পুৰনা বস্তু বেলেগক দান দিব লাগে মংগল হয়।

12. ৰাতিপুৱা শুই উঠা পিছত Other - Good morning jaan  আৰু মোৰ - Battery full charge please remove the charger.
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

অসমীয়া ডাইলগ Funny

13. দুখ এটায়ে মোৰ মাৰ পইচা হেৰালে পইচা নিবিছাৰে …… মোক হে বিছাৰে !

14. মোকো কোনোবাই লাইন চাইন মাৰিবিছোন মোৰ কিবা মন নাযায় নেকি প্ৰেম কৰিবলৈ ।

15. শ্যাম্পু দি গাৰু কভাৰ ধুই দিছিলো, এতিয়া ঘুমালেই মন হয় ঘৰৰ কাষৰ বৌ শুই আছে ।

16. ল'ৰা : মা মোক পকেট খৰচৰ বাবে পইচা লাগে
মা : কালিৰ পৰা গামোছা পিন্ধিবি তেতিয়া হলে আৰু পকেট খৰচ নালাগে।

17. হৃদয়ত তো সকলোৱেই থয়, মই তোমাক ফ্ৰিজত থ'ম যাতে বেয়া হৈ নোযোৱা।
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

কৌতুক অসমীয়া জমনি

18. মাজে মাজে ভাবো সকলো বাদ দি অৰণ্যৰ ফালে যাওঁ, কিন্তু মোবাইল তো ক'ত চাৰ্জ কৰিম তাকে ভাবি হে যোৱা নাই ।

19. হুচিয়াৰ হৈ কথা কবি চেট 🤬 Feelings control কৰিব পাৰো , কিন্তু খং control কৰিব নোৱাৰো।

20. ধৰি লোৱা মই তোমাৰ ভিনদেউ, এতিয়া তোমাৰ বায়েৰক Mention কৰা।

21. প্ৰফাইলত ফটো নাথাকিলে ৰিকুৱেষ্ট Accept নকৰো মই আৰু তুমি ভাবিছা প্ৰফাইল লক থাকিলে accept কৰিম।
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

Assamese funny memes

22. ভাবিছিলো তোমাক লৈ সপোনৰ ঘৰ বনাম,
কিন্তু তুমি যি নাটক কৰিলা মই বাৰান্দা খনো বনাব নোৱাৰিলো।

23. Facebookৰ ছোৱালীক মেছেজ কৰা আৰু আকাশত তৰা গন্তি কৰা একেই কথা !

24. এজনী ছোৱালীৰ প্ৰিয় খাদ্য হ'ল "পুৰুষৰ মাথা"

25. Crush'ক মেছেজ কৰিছিলোঁ, ৰিপ্লাই কৰা নাই
Block কৰিম নে আৰু অলপ Try কৰিম ?অভিজ্ঞসকলৰ পৰামৰ্শ বিচাৰিছো !

26. বিয়াৰ আগত :- কেতিয়া যে একেবাৰে নিজৰ কৰি নিব পাৰিম । বিয়াৰ পিচত :- দুদিন মান যে ৰাতি থকাকৈ মাকৰ ঘৰলৈ নাযায় কিয় ।
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

Assamese memes

27. বিয়া বাৰু পাতা বন্ধুৰ লগত গোপনীয় কথা Share কৰা আৰু বাতৰি কাকতত দিয়া একে কথা।

28. Text আৰু sex দুয়োটা opposite পাৰ্টিৰ সমৰ্থন থাকিলে হে হয় ।

29. তিতা কেৰলা ভাজি প্রিয় হোৱাৰ বাবেই আজিলৈকে চেনি খাব নোৱাৰিলো।

30. ছায়া হৈ আহিব নালাগে  দেহা।
বতাহ, বৰষুণ লৈ আহা যি গৰম পৰিছে।
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

অসমীয়া ডাইলগ attitude

31. ভাড়া ঘৰত নাৰিকল ৰুই খাম বুলি ভবা আৰু girlfriend ক wife বুলি ভবা একে কথা।

32. মেকুৰী হৈ সোমাই বাঘ হৈ ওলোৱা ঠাইতেই BAR বুলি কোৱা হয়

33. গৰমেই হওঁক বা মৰমেই হওঁক, দুয়োটা বেছি হলে গাৰ পৰা পানী ওলাই।

34. ভাল লৰাৰ GIRLFRIEND নাথাকে, সেইকাৰণে মই single.....
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

Assamese memes funny

35. ছায়া হৈ কোনো নাহে কাৰণে আজি মই ৰদে ৰদে ঘূৰি কʼলা হৈ গৈছো।
 
36. নিজৰ চেহেৰাটো চাই নিজকে Block কৰি দিব
মন যায়

37. ইমান সলনি হৈছে যে তাই Bullet lover ৰ পৰা Thar lover হৈছে গৈ

38. এনেই চেহেৰা বেয়া তাতেই বাল পেটটো ওলাই ওলাই গৈয়ে আছে!

39. মানুহে নিজে এৰি দিয়া পাদটোকে নিজৰ বুলি নাভাবে,  তোমাক নো কেনেকৈ নিজৰ বুলি ভাবিৱ বাৰু !

40. ভাল লগা ছোৱালী জনীৰ যেতিয়া Boyfriend থকা গম পাওঁ তেতিয়া মোৰ ভাল নলগা হৈ যায় তাইক চিম্পাঞ্জীৰ নিচিনা লাগে দেখাত।
 
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

অসমীয়া caption হাঁহি

41. চেষ্টা তেতিয়ালৈকে কৰি থকা যেতিয়ালৈকে ব্লক নোহোৱা!

42. ফেচবুক আৰু এতিয়া ফেচবুক হৈ থকা নাই,
ফেচবুক এতিয়া বৰলা সন্থাৰ মূখ্য কাৰ্য্যলয় হ'লগৈ!

43. ধৰি লোৱা মই তোমাৰ দাদা,
এতিয়া তোমাৰ বৌ ক mention কৰা

44. কেতিয়া আহিব জানো.. মোৰ ৰাতিৰ টোপনী কাঢ়ি নিয়া জনী🤔

45. মোৰ জ্বৰ হ'লে পেৰাচিতামোল।😒
আৰু বেলেগৰ হ'লে Ummmmah 😚
কম দুখ লাগেই নে মোৰ 🥺
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

Assamese funny comments

46. সৰু সৰু ছোৱালী বোৰক প্ৰেমত নেপেলাবা,একো বুজি চুজি নাপাই ব্ৰেকাপ দি দিয়ে

47. তেতিয়া Ice-cream নাছিল..বৰফ আছিল বৰফ..
বগাটো ২ টকা
ৰঙাটো ১ টকা!!
আৰু বৰফৰ আগফালে নাৰিকলও থাকে!!

48. মোক time দিয়া জনী নহয়,
Timeত দিয়া জনী হে লাগে,😋

49. মই যিজনী ছোৱালীৰ কাৰণে মাল খাবলৈ এৰিলো, তাই কেলা চুলাই খোৱা এটালৈ পলাই গল!

50. Hotspot দি data off কৰি থওঁ৷
সুধিলে নেট slow বুলি কৈ দিওঁ Arr🙂🥱
অসমীয়া ডাইলগ, কৌতুক অসমীয়া, অসমীয়া ডাইলগ funny,assamese shayari,অসমীয়া কৌতুক,কৌতুক অসমীয়া জমনি,assamese funny memes,assamese memes,অসমীয়া ডাইলগ attitude, assamese memes funny, অসমীয়া caption হাঁহি, assamese funny comments, assamese funny comments for facebook, assamese funny caption, funny memes assamese,

Assamese funny comments for facebook

 51. Local video বোৰ চাওঁতে screenshot এটা লৈ থবা, পিছত কইনা চাব যাওঁতে কামত আহিব!

52. প্ৰথমে মই বহুত দুখীয়া আছিলো!
তাৰ পিছত মই ৯ টাত শুই উঠা আৰাম্ভ কৰিলো!
এতিয়া চবেই মোক " লাট চাহেব" বুলি মাতে!

53. সৌন্দৰ্যক লৈ অহংকাৰ নকৰিবা, ঘৰত বোৱাৰী লাগে মডেল নহয়!

54. হিংসা কৰি কি লাভ আজি তোমাৰ bf কালি মোৰ husband ও হব পাৰে

55. ভাগ্যটো ঠিক লুঙীৰ নিচিনা! কেতিয়া খুলি যায়, কোনেওঁ কব নোৱাৰে!

56. Meesho ত অৰ্দাৰ দিয়া আৰু ফেচবুকৰ ফটো চাই বিয়া পতা একেই কথা

57. Crush আৰু মোৰ মাজত  এটাই মিল আছে,
তাইও মোলৈ মেছেজ নিদিয়ে মইও নিদিওঁ!

58. Sulemanযে ভাং খায় কৈছে,
অসমৰ বোৱাৰীয়ে গিৰিয়েকৰ সকলো কথা শুনে কিন্ত কথা নুশুনে😌

59. মই হম ৰজা তুমি হবা ৰাণী!
বাকি যিবোৰে এই পোষ্টো চাই আছে সকলোবোৰ আমাৰ সৈন্য বাহিনী!

60. ভাগ্যৰ চকাটো হেনো সকলোৰে ঘূৰে ব'লে ! মোৰটো পামচাৰ হৈ গল নেকি অ নুঘূৰেই দেখোন!

Assamese funny caption

61. তিনিমাহৰ মুৰে মুৰে যে Bf/gf সলনি কৰা সেইটোক প্ৰেম নকয় বাবু মাইনা, Unit Test বুলি কয় Unit Test.

62. গাৰ্লফ্ৰেইন্দৰ ফুচ ফুচনি শুনা সময়ত, মহ ৰ গুণ গুননি শুনিব লগীয়া হৈছে।

63. চিন্তাই হৈ গৈছে বিয়া পাতিব পাৰিম নে নোৱাৰিম?

64. ভাবিছো কপালখনৰ X-ray কৰাই লওঁ! জানিব মন গৈছে, মোৰ ভাগ্যত কাৰ নাম বা লিখা আছে!

65. ক্ষীণ ছোৱালীবোৰৰ দেহত শক্তি নহব পাৰে, কিন্তুুু মা কচম মুখ খনৰ শক্তি কিন্তু মানিব লাগিব ।

66. মাজে মাজে মইও ইনষ্ট্ৰাগ্ৰাম ভিজিত কৰো কিন্তু তাত মই একো পাত্তাই নাপাওঁ 🤔

67. ঠগন খোৱাটো ডাঙৰ কথা নহয়, প্রেমত যে অংশ গ্রহণ কৰিব পাৰিছা সেইটোৱেই ডাঙৰ কথা

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad