2000+ Assamese Sad True Line | Assamese Status 2022
যদি আপোনালোকে Social Media যেনে Facebook, Instagram, Twitter, Share Chat, আৰু Whatsapp ত আপোনাৰ প্ৰেমিক-প্ৰমিকা, বন্ধু-বান্ধবীৰ লগত সুখ-দুখৰ কিছুমান ভাৱ যেনে -
Assamese Caption for Instagram
assamese status love
Assamese Facebook Caption
130.সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে ।
131.মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়, নিজৰ ভুলৰ বাহিৰে ।
132.ইতিহাস সাক্ষী আছে, যাক বেছি ভালপোৱা যায়, সি মাত্ৰ তোমাৰ স্মৃতি হৈ থাকিব, সংগী হৈ নহয়।
Assamese Life Quotes
133.এতিয়া সহজেই পাৰো কঠিন পৰিস্হিতিৰ সন্মুখীন হব, আঘাতৰ মাজেৰেই হাঁহিবলৈ, চা মা মই বুজা হলো ।
134.কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ ।
135.সকলো বস্তু জোৰ কৰি পাব পাৰিলেও ভালপোৱা কেতিয়াও জোৰ কৰি পাব নোৱাৰি ।
136.স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়,অলপ দেৰিকৈ হলেও, সকলোৱে কথাষাৰ বুজি পায় ।
137.যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয় ।
138.কোনেনো বিচাৰে নিজক সলনি কৰিব, কাৰোবাক প্ৰেমে সলনি কৰে আৰু কাৰোবাক ঘৃণাই ।
139.আপুনি কাৰোবাৰ ১০০টা ভাল কৰক আৰু তেওঁৰ লগত এটা বেয়া কৰক , তেওঁ সদায় আপোনাৰ বেয়াটো মনত ৰাখিব আৰু ভালখিনি পাহৰি যাব ।
140.ভুল মানুহক ভাল পোৱাতকৈ, জীৱনত অকলে থকা বহুত ভাল ।
141.দুদিনৰ চিনাকিতে কাৰোবাক একেবাৰে বুকুৰ আপোন বুলি ভবাটো, আচলতে মূৰ্খামী ।
142.সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই আচৰণেই যথেষ্ট।
143.আচলতে হৃদয় ডাঙৰ হোৱা প্ৰয়োজন, কথাটো সকলোৱে বৰ ডাঙৰ ডাঙৰ কৰে ।
Assamese Whatsapp Status
144.জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি লবলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।
145.ব্যয়মানী অচিনাকি মানুহে কেতিয়াও নকৰে, বেইমানী কৰে সদায় নিজৰ আপোন মানুহবোৰে ।
146.কন্যা সন্তান কোনোৱে নিবিচাৰে, কিন্তু বিছনাত এগৰাকী নাৰীক সংগী হিচাপে সকলোকে লাহে ।
147.কন্যা সন্তান কোনোৱে নিবিচাৰে, কিন্তু বিছনাত এগৰাকী নাৰীক সংগী হিচাপে সকলোকে লাহে ।
148.যত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হব নোৱাৰে ।
149.সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ ।
150.অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা ।
151.যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে ।
152.মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হবলৈ বাধ্য কৰে ।
153.বস্তুবাদী সমাজৰ সংজ্ঞা, বটলৰ পানীৰ দাম আছে কিন্তু চকুপানীৰ দাম নাই ।
154.মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান ?
155.অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয় ।
156.হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে ।
167.ভালপোৱাত সদায় দুজন ব্যক্তিহে সুখী হয়,তৃতীয় জন সদায়েই নিজৰ মাজতে মৰি মৰি জীয়াই থাকে ।
168.কিছুমান মানুহ হৃদয়ত থাকে কিন্তু কপালত নাথাকে ।
169.নোপোৱাকৈ হেৰুৱাৰ বেদনা সেইজনক সোধক যিয়ে এপক্ষীয় প্ৰেম কৰিছে।
170.প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা কলেও, আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে ।
অসমীয়া ৰোমাণ্টিক বাক্য
171.কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকাই ।
172.সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে ।
173.খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।
174.সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়, কিছুমান কথাৰ উত্তৰ মৌনতাৰেও দিয়া যায় ।
175.কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন ।
176.অবুজন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকা বহুত ভাল ।
177.নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা ।
178.দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত ।
179.তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা, যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা ।
180.এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায় ।
181.সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান ।
182.সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায় ।
অসমীয়া চায়েৰী
183.এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট ।
184.তেতিয়া বেছি কষ্ট অনুভৱ কৰোঁ যেতিয়া সঁচা কথা কোৱাৰ পাছতো কোনোৱে মোক বিশ্বাস নকৰে ।
185.দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব ।
186.সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।
187.কেতিয়াবা কিছুমান মুহূৰ্তত নিজৰ ভুল নাথাকিলেও আগবাঢ়ি গৈ নিজেই ক্ষমা খোজাটো জ্ঞানী মানুহৰ পৰিচয় ।
188.সম্পৰ্কৰবোৰ আৰম্ভ হবলৈ বহু সময় লাগে কিন্তু ভাঙিবলৈ এক ছেকেণ্ড নালাগে ।
189.যিয়েই আপোনাৰ প্ৰেমক গুৰুত্ব নিদিয়ে , তেওঁ আপোনাৰ ভালপোৱাৰ যোগ্যই নহয় ।
190.ভাল কিতাপক আৰু ভাল মানুহক সকলোৱে সহজতে বুজি নাপায় ।
191.জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।
192.মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।
193.যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায় সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত নাৰাখিব অন্যথা আপুনি আঘাত পোৱাটো স্বাভাৱিক ।
194.জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো ।
195.আনৰ সুখৰ কাৰণ হওক কিন্তু অংশীদাৰ নহব, আনৰ দুখৰ অংশীদাৰ হওক, কিন্তু কেতিয়াও কাৰণ নহব ।
196.মই আচলতে অহংকাৰী নহয় কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো যাৰ বাবে মই গুৰুত্বহীন ।
197.দিনৰ পোহৰত নহয় ৰাতিৰ আন্ধাৰত নাৰীক সন্মান কৰিব শিকক ।
198.আগতে মানুহৰ ঘৰবোৰ সৰু আছিল, মনবোৰ ডাঙৰ আছিল, কিন্তু আজিকালি মানুহৰ ঘৰবোৰ ডাঙৰ যদিও মনবোৰ সৰু হৈ গৈছে ।
199.তেওঁৰ অনুপস্থিতিত উকা মোৰ দিন, ৰাতি প্ৰতিটো সন্ধ্যা বৰ কষ্ট, বৰ কষ্টৰে পাৰ কৰিছো মিনিটৰ পাছত মিনিট কিম্বা দিনৰ পাছত বছৰ ।
200.নিজকে খুব অৱহেলিত অনুভৱ হয়, যেতিয়া দিনটোৰ ব্যস্ততাৰ পিছতো ৰাতি তোমাৰ এঘণ্টাৰ টোপনিৰ আগত মোৰ দিনটোৰ অপেক্ষা পৰাজিত হয় ।
জীৱনৰ আৱেগিক status,
201.শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই , কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত ।
202.যেতিয়া প্ৰতি টোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব ।
203.আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয় ।
204.মুখেৰে একো নকলেও চকুৰ ভাষায় কয় আছে বহু অভিমান জমা, এবাৰ কোৱানা আজিও মোক ভাল পোৱানে প্ৰিয়তমা ?
205.যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে । কাৰণ তেওঁ জানে কষ্ট কি ।
206.দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয় ।
207.আমাৰ চকুজুৰিয়ে, সাধাৰণতে, সেইবোৰ বস্তুহে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন।
208.অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা, কাৰন সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য দেখা নোপোৱা কৰি তুলিছে ।
209.দুখীয়াৰ কোনো বন্ধু নাই, সঁচা ভালপোৱাৰ কোনো মূল্য নাই ।
210.সম্পৰ্ক এটা শেষ হবলৈ এক মিনিটৰ প্ৰয়োজন, কিন্তু সম্পৰ্কটো পাহৰি যাবলৈ গোটেই জীৱনৰ প্ৰয়োজন ।
Life quotes in Assamese 2022
211." I Hate You " বুলি গাৰ সমস্ত জোৰেৰে হাজাৰ বাৰ চিঞঁৰি কলেও হৃদয়খনে নামানে তোমাক যে মই ঘিণ কৰোঁ ।
212.যি হয় ভালৰ কাৰণে হয় , সেই আশ্বাসলৈয়েইটো জীয়াই আছো, অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই হত্যা কৰি পেলালেহেঁতেন মোক ।
213.তুমি কাজিয়াবোৰৰ মাজত লুকাই থকা মৰমখিনি চিনিব নোৱাৰিলা ।
214.মৰমবোৰে সহায় নকৰিবও পাৰে, কিন্তু আঘাতবোৰে মানুহ চিনিপোৱাত সহায় কৰে ।
215.আনৰ সুখৰ বাবে নিজৰ মাজত নিজক হত্যা কৰি জীয়াই থকাৰ অনুভৱ কেনে ... সেয়া কেৱল সেই আত্মহত্যাকাৰীজনেহে জানে।
216.কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে, আচৰিত এই জীৱনৰ পৰিক্ৰমা, কিছুমানে বিশ্বাসৰ কাৰণে কান্দে, আৰু কিছুমানে বিশ্বাস কৰি কান্দে ।
217.ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।
Assamese Short Quotes of Life
218.যিদিনা নাৰী নিৰ্যাতন , ধৰ্ষণ বিলুপ্ত হব, সিদিনাখননেই প্ৰকৃত নাৰী শক্তিৰ আৰাধনা সাৰ্থক হব ।
219.নালাগে যথেষ্ট ধন সম্পদ, নালাগে এই নিষ্ঠুৰ যৌৱন, পাৰিলে মোক উভতাই দিয়া সেই সোণোৱালী শৈশৱ।
220.জীৱনত এনেই এজন মানুহ থকাটো খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ কবলৈ শব্দৰ প্ৰয়োজন নহয় ।
221.সেই ল'ৰাক জীৱন সংগী বনোৱা, যাৰ ভৱিষৎ ভাল। আৰু সেই ছোৱালীক জীৱন সংগীনি বনোৱা, যাৰ অতীত ভাল ।
222.তিনিটা বস্তু জীৱনত কেৱল এবাৰহে পোৱা যায় - পিতৃ, মাতৃ আৰু যৌৱন । তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে - জন্ম, মৃত্যু আৰু সময় ।
223.আমি মানুহবোৰে ভাবো উৰিব পৰাকৈ দুখন পাখি থকাহেঁতেন, আৰু পখীয়ে ভাবে থাকিবলৈ এটা ঘৰ পোৱা হেঁতেন ।
224.এই পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে পৰিয়াল আৰু প্ৰেম ।
225.মোক বেছিকৈ একো নালাগে মই মোৰ মা-দেউতাক সুখী কৰিব পৰাকৈ কিবা এটা কৰিব পাৰিলে মই তাতে সন্তুষ্ট ।
226.অহংকাৰ ৰূপৰ ওপৰত নহয় গুণৰ ওপৰত কৰা হে উচিত ।
227.আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে, মানসিক অৱস্থা ভাল হব লাগিব ।
228.জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময় যিয়েই ক্ষণে ক্ষণে শিক্ষা দি যায় ।
229.মৃত্যুলৈ ভয় নকৰোঁ কিন্তু সপোনবিলাক হেৰাই যায় বুলিয়েহে ভয় লাগে ।
230.আত্ম হত্যা নহয় স্মৃতি হত্যা কৰক, তেতিয়াহে সুখী হৈ জীয়াই থাকিব পাৰিব ।
অসমীয়া caption love
231.জীৱনত মা দেউতাক ভাল পাবলৈ শিকা তোমাৰ দুখৰ সময়কণত কোনো নাথাকিলেও সদায় মা দেউতা তোমাৰ লগত থাকিব ।
232.মনৰ আইনখন চাফা কৰি ৰাখিবা নহলে কেতিয়া বা নিজৰ চেহেৰাটোৱে বিচাৰি নাপাব ।
233.সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কুণ্ঠাবোধ নকৰে ।
234.ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুনেই বেছি ।
235.'মা' মানে মোৰ জীয়াই থকাৰ দ্বিতীয় 'Oxygen' ।
236.প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে ।
237.আজিৰ দিনত এটা সঁচা আৰু অটুত সম্পৰ্ক গঢ়ি তোলাটো আটাইতকৈ কঠিন কাম ।
238.মা-দেউতাৰ মান সন্মান, নিজৰ আত্মসন্মানতকৈ প্ৰেম, ভালপোৱা কেতিয়াও ডাঙৰ হব নোৱাৰে ।
239.শিক্ষিত হৈ কি লাভ যদি মুখৰ ভাষাই ঠিক নহয় ।
240.ভালে থকাৰ এটা প্ৰধান উপায় Single জীৱন যাপন কৰা ।
অসমীয়া caption love
241.Maturity মানে হল ভালে নাথাকিলেও ভালে আছোঁ বুলি সদায় মিছা কোৱা ।
242.ভুল সেইজনৰ হয় যি পৰিশ্ৰম কৰে, অকৰ্মীৰ জীৱনটো আনৰ বেয়াবোৰ খুছৰি থাকোঁতেই শেষ হৈ যায় ।
243.Life is beautiful যদিহে নিজৰ জীৱনটোক সুন্দৰকৈ সঁজাব জানিছা ।
244.টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে ।
245.দেউতা ধনী হওঁক বা দুখীয়া, কিন্তু সন্তানৰ বাবেটো দেউতাক এজন ৰজা হয় ।
246.এজন মহান ব্যক্তি ক চিনিব পৰা যায় সাধাৰণ মানুহৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰ চাই ।
247.যিয়ে প্ৰতাৰণা কৰে এদিন তেওঁ প্ৰতাৰিত হয়, পাৰ্থক্য মাথো সময়ৰ ।
248.জীৱনটো এখন চাইকেল চলোৱাৰ দৰেই, BALANCE বনাই ৰাখিব হলে আপুনি চলাই থাকিব লাগিব ।
249.জীৱনটো তেওঁৰ বাবে সহজ যি বাস্তৱৰ লগত মুখামুখি হৈছে, কাৰণ বাস্তৱ যথেষ্ট কঠিন ।
250.জীৱন সগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাহে প্ৰয়োজন হয় ।
অসমীয়া ডাইলগ love
251.সত্য আৰু ধৈৰ্য্যই মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে ।
252.একমাত্ৰ সময়ে চিনাকি দিয়ে, কোন, কাৰ,কিমান আপোন ?
253.যেতিয়া তুমি আনৰ ভাল চিন্তা কৰিবা তেতিয়াহে আনেও তোমাৰ ভাল চিন্তা কৰিব ।
254.কৰোবাক যদি তুমি অকণমানো মনত সুখ দিব নোৱাৰা, তেন্তে কাৰো অন্তৰত দুখ দিয়াৰ অধিকাৰো তোমাৰ নাই ।
255.সুন্দৰ সেই হাতখন যি হাতেৰে আনৰ বিপদত হাত আগবঢ়াব পাৰে ।
256.মানুহে সময় সলনি কৰিব নোৱাৰে যদিও কিন্তু সময়ে মানুহক সলনি কৰি দিয়ে ।
257.হীৰাতকৈও দামী মাৰ চকুপানী, ছায়াতকৈও শীতল, মাৰ চাদৰৰ আঁচল।
258.পুৰুষ হল এটা পৰিয়ালৰ মগজু, নাৰী হল পৰিয়ালৰ মেৰুদণ্ড, মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও পোন হৈ থাকিব নোৱাৰে ।
259.পইচা এদিন হলেও ঘটি লব পাৰে, কিন্তু স্বভাৱ কেতিয়াও আৰ্জিব নোৱাৰি ।
260.মুখ মচিবলৈ যিমানেই ৰুমাল, গামোচা ব্যৱহাৰ নকৰা কিয় মাৰ চাদৰখনৰ ঠাই কোনেও লব নোৱাৰে ।
261.সময় আৰু শিক্ষক দুয়োটাই শিকায় কিন্তু পাৰ্থেক্য মাথো এয়ে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায় ।
262.পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু পুৰুষৰ বিবেক আৰু নাৰীৰ সুন্দৰতা ।
263.সেই ঠাইবোৰ বহুত ভালপাওঁ যত গলে মনত অনুভৱ হয় জীৱন আৰু জীৱনৰ সমস্যাবোৰ কিমান ক্ষুদ্ৰতম ।
264.মিচা কথা কয় মানুহ এজনক অলপ সময়ৰ বানে আনন্দ দিয়াতকৈ সত্য কথা কৈ কষ্ট দিয়াই বহুত ভাল ।
Assamese love Quotes
265.জীৱনৰ কিছুমান সত্য - মাৰ দৰে কোনো নাই, দুখীয়াৰ কোনো বন্ধ নাই , মানুহক সুন্দৰ মন নালাগে সুন্দৰ চেহেৰাহে লাগে, সন্মান টকাৰ আছে মানুহৰ নাই, মানুহে যাক বেছি ভালপাই চিহিতেই বেছি কষ্ট দিয়ে ।
266.এটা সত্য কথা - মানুহে যেতিয়া দুখত পৰে তেতিয়াহে ভগৱানলৈ মনত পৰে ।
267.সৰু মনেৰে কেতিয়াও ডাঙৰ হব নোৱাৰা আৰু ভগা মনেৰে কোনোদিনে থিয় দিব নোৱাৰা ।
268.আপুনি আপোনাৰ জীৱনত কিমান সুখী সেইটো ডাঙৰ কথা নহয় , ডাঙৰ কথাটো হল আপোনাৰ বাবে কিমানজন মানুহ সুখী ।
269.এটা কথা সদায় মনত ৰাখিব - জীৱনত আপুনি যাক যিমান কষ্ট দিব আপুনিও তাৰে দুগুণ কষ্ট পাব সেইটো আজি হওক বা কালি ।
270.দেখাত ভাল হলেই এজন মানুহ ভাল হয় নাযায় । ভাল মানুহে হব বাবে এটা ভাল মনৰ দৰকাৰ ।
271.হাঁহিৰ পাছত লুকাই থকা কষ্টবোৰ বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে ।
272.কষ্ট পোৱাৰ পাছতো প্ৰতিবাদ নকৰি মনে মনে থকা জন দুৰ্বল নহয়, সেইটো তাৰ মাক-দেউতাকে দিয়া ভাল শিক্ষাৰ পৰিচয় ।
273.নাৰীৰ গাত হাত তোলাতো পুৰুষত্ব নহয়, কোনো বিপদত পৰা নাৰীক সহায় কৰাটোহে আচল পুৰুষত্ব
274.জীৱনৰ প্ৰতিটো ভুলেই কিবা নহয় কিবা এটা শিকায় যায় ।
275.আপোনাৰ সুখৰ দায়িত্ব একমাত্ৰ আপোনাৰ হাতত,যদি আপুনি ভাবে যে আপোনাক আনে সুখী কৰিব তেন্তে আপুনি সদায় অসুখী হৈয়ে থাকি যাব ।
276.জীৱন না ভৱিষ্যতত আছে নে অতীতত আছে, জীৱন কেৱল বৰ্তমানৰ এই ক্ষণত আছে অৰ্থাৎ এই ক্ষণৰ অনুভৱেই জীৱন ।
277.কোনোবাই তোমাৰ হাতৰ পৰা কিবা বস্তু কাঢ়ি নিব পৰিলেও তোমাৰ ভাগ্যত থকা একোকে কাঢ়ি নিব নোৱাৰে ।
278.অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে,কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ ।
279.দিবলৈ দান, লবলৈ জ্ঞান, আৰু ত্যাগ কৰিবলৈ অভিমান সৰ্বশ্ৰেষ্ঠ ।
280.মনৰ আইনাখন চাফা কৰি ৰাখিবা, নহলে কেতিয়াবা নিজৰ চেহেৰাটোৱে বিচাৰি নাপাব ।
Broken Heart Status in Assamese
281.সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান ।
282.আমি আমাৰ শত্ৰুক ভাল পাব লাগে , কিন্তু তেওঁলোকৰ সৈতে কোনোধৰণৰ সন্ধি কৰিব নালাগে ।
283.হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায় ।
284.দুখ সহ্য কৰিব পৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি ।
285.আপোনাৰ হাতৰ পৰা বস্তু অন্য এজনে কাঢ়ি লব পাৰে কিন্তু আপোনাৰ জ্ঞান খিনি কোনো আপোনাৰ পৰা কাঢ়ি লব নোৱাৰে ।
286.মই নিজেই অহংকাৰ নকৰোঁ আৰু অহংকাৰ কৰা মানুহক ভালনেপাওঁ ।
287.আমি কেতিয়াও সুখী হব নোৱাৰো কাৰণ আমি সুখ পোৱাৰ কাৰণে কাম কৰি থাকোঁ, সুখী মনেৰে একো কামেই নকৰোঁ ।
288."এদিন সকলো ঠিক হৈ যাব",এই আশাতেই বন্দী আমিবোৰ ।
289.কাৰোবাক কষ্ট দি SORRY কোৱাটো বহুত সহজ, কিন্তু নিজেই কষ্ট পাই আনক ক্ষমা কৰি দিয়াটো বহুত কঠিন ।
290.মন পবিত্ৰ হলেই দেহাও পবিত্ৰ হয়, পবিত্ৰ হবলৈ কোনো পবিত্ৰ নদীত স্নান কৰিব নালাগে ।
291.সৎ পথে ভ্ৰমণ কৰিবা, যদিও হয় বা দেৰি ৷ অসৎ নাৰীক কেতিয়াও বিয়া নকৰিবা যদিও তেওঁ হয় বা পৰী ।
Assamese short quotes
292.নিজৰ জীৱনটো আনৰ বাবে উঁচুৰ্গা কৰি দিব পৰা জনেই হল, আমাৰ মা-দেউতা ।
293.স্বাৰ্থপৰ পৃথিৱীখনত ভাল হৈ থাকি একো লাভ নাই বুলি জানিও মই বেয়া হব নোৱাৰোঁ, এইয়া মোৰ অভ্যাস নহয়,ই মোৰ ব্যক্তিত্ব আৰু মা-দেউতাৰ সংস্কাৰ ।
294.বিশ্বাসেৰে ভৰা সেই হাতখন, টকাৰে ভৰা বেগতকৈয়ো বহুত বেছি মূল্যবান ।
295.যিবোৰ মানুহে তোমাৰ জীৱনৰ সুখ-দুখ সকলোতে লগ দিব, তেওঁলোকে তোমাক সঁচাকৈ ভাল পায় ।
296.কোনোবাই মনত আঘাত কৰিলে দুখ নকৰিবা, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিবা কাৰণ আঘাত বোৰে অভিজ্ঞতা দিয়ে ।
297.পৃথিৱীৰ আটাইতকৈ সহজ আৰু সস্তীয়া কাম হল আনক সমালোচনা কৰা ।
298.কৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব ।
299.কাৰোবাক ভালপোৱাটো ভুল নহয়, কিন্তু ভালপোৱাজনক চকুমুদি বিশ্বাস কৰাটোহে ভুল ।
300.শ্মশান - সকলো অহংকাৰৰ শেষ ।
301.ক্ষমা হাজাৰ বাৰ কৰিবা কিন্তু বিশ্বাস সদায় এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হলেও চৰিত্ৰ কেতিয়াও সলনি নহয় ।
302.নিজৰ ঘৰটো ভালেই হওঁক বা ভঙাই হওঁক, নিজৰ ঘৰটোৰ সমান শান্তি কোনো ৰাজপ্ৰসাদতো পোৱা নাযায় ।
Short quotes in assamese
303.এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে ।এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে ।
304.সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো ।
305.জীৱনত সফল নহলে বাৰে বাৰে চেষ্টা কৰা হাৰ মানি নিদিবা, কিয়নো এজোপা লঠেঙা গছেও পাতৰ বাবে অপেক্ষা কৰে ।
306.আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব ।
307.সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলেই এদিন নহয় এদিন নিশ্চয় পোৱা যায় ।
308.ডাঙৰ আৰু যথেষ্টসংখ্য ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হব নোৱাৰে ।
309.জ্যোতিষীক হাত দেখুৱাই নিজৰ ভৱিষ্যত চোৱাতকৈ,, নিজৰ কৰ্ম কৰি যাওঁক চাব এদিন সফলতা আপোনাৰ হাতৰ মুঠিত ।
310.বিশ্বাস বেলেগক নহয় বিশ্বাস নিজক কৰা,কাৰণ বেলেগে তোমাক মাথোঁ উপদেশ দিব, কিন্তু কামবোৰ কৰিব লাগিব তুমি নিজেই ।
311.সুখৰ নাম জীৱন নহয় , কষ্টবোৰ সহ্য কৰি আগুৱাই যোৱাই হল জীৱন ।
312.ভুলতো সেইজনেই কৰে যিজনে কিবা এটা কাম কৰে, যিজনে হাত সাৱটি মনে মনে বহি থাকে সেইজনহে কেতিয়াও ভুল নকৰে ।
Broken heart status in assamese
313.অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো "প্ৰতিভাৰ অপচয় ঘটে।
314.হাঁহি পাছতহে চকুপানী অভিমানৰ পাছতহে মৰম ৰো কষ্ট কৰা পাছতহে Success হব পাৰি।
315.ধীৰে ধীৰে হওঁক লাগে, কিন্তু আগবাঢ়ি যাবলৈ চেষ্টা কৰাই জীৱনৰ আচল লক্ষ্য।
316.লক্ষ্যত উপনীত নহলে হতাশ নহবা জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়, এবাৰ নোৱাৰিলে হাজাৰ বাৰ চেষ্টা কৰা নিশ্চয় এদিন জয়ী হবা ।
317.জীৱনত ঘাট প্ৰতিঘাত বোৰে আমাক শিক্ষাহে দিয়ে, বেয়া পৰা আঁতৰি আহিবলৈ বেয়া মানুহৰ পৰা দূৰত থাকিবলৈ ।
318.জীৱন দুদিনীয়া , তুমি এনেকুৱা কৰ্ম কৰা যিয়েই তোমাক চিৰযুগমীয়া কৰিব ।
319.জীৱনত সফল নহলে বাৰে বাৰে চেষ্টা কৰা হাৰ মানি নিদিবা, কিয়নো এজোপা লঠঙা গছেও পাতৰ বাবে অপেক্ষা কৰে ।
320.যেতিয়া জীৱনে কান্দিবলৈ এশটা অজুহাত দিব, তেতিয়া জীৱনক হাঁহি থকাৰ হাজাৰটা অজুহাত দেখুৱাই দিবা ।
321.সফলতাৰ বাবে ভাগ্য নহয়, নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰখা উচিৎ ।
322.আনক আঘাত দি নহয়, আঘাতবোৰ মূৰ পাতি লৈ, জীৱন যুঁজত যুজঁ দি যোৱা হে প্ৰকৃত জীৱন ।
323.নিজক এনেদৰে গঢ়ি তোলা যাতে, যিয়ে তোমাৰ দোষ উলিয়াই আঁতৰি গল, তেওঁ এটা সময়ত তোমাক বিচাৰি গোটেই জীৱন পস্তাই থাকে ।
324.কাৰো পৰা একো আশা নকৰিবা, জীৱন যুঁজত নিজৰ ওপৰত ভৰষা কৰি আগবাঢ়ি যোৱা ।
325.জীৱনৰ প্ৰতিটো খোজোঁতে বাধা আহিব আৰু সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই সফলতা ।
Broken heart quotes in asaamese
326.সুযোগৰ অপেক্ষাত থকা মানুহবোৰ সাধাৰণ হয় কিন্তু অসাধাৰণ ব্যক্তিবোৰ নিজে সুযোগ গঢ়ি তোলে ।
327.যেতিয়ালৈকে আপুনি আপোনাৰ কঠিন পৰিস্থিতি আৰু সমস্যাৰ বোৰৰ বাবে আনক জগৰীয়া কৰি থাকিব, তেতিয়ালৈকে আপুনি আপোনাৰ সমস্যাবোৰৰ সমাধান কেতিয়াও কৰিব নোৱাৰে ।
328.যেতিয়া আপুনি আপোনাৰ চিন্তাধাৰা ডাঙৰ কৰি লব । তেতিয়াৰ পৰা ডাঙৰ ডাঙৰ মানুহ আপোনাৰ কথা ভাবিবলৈ আৰম্ভ কৰি দিব ।
329.তেওঁলোকৰ বাবে সুখত থাকা, যি সদায় তোমাৰ দুখ হোৱাটোৱেই বিচাৰে ।
330.পৰিৱৰ্তনে কেৱল মানুহৰ আচৰণই সলনি নকৰে চিন্তাধাৰাও যথেষ্ট সলনি কৰি দিয়ে ।
331.আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায় ।
332.যদি তুমি সপোন দেখিব পাৰিছে তেন্তে সেই সপোন ফলিয়াবও পাৰিবা ।
333.উশাহবোৰ শেষ নোহোৱালৈকে নিজৰ সৈতে যুজঁ কৰায়ে হল ' জীৱন '।
334.আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই , ধৈৰ্য ধৰা, এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হব ।
335.সফল মানুহৰ মুখৰিত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে "হাঁহি" আনটো "মৌনতা" ।
336.যি হৈ গল ভাল হল । যি হৈ আছে, ভাল হৈ আছে । আৰু যি হব , ভাল হব ।
337.তোমাৰ যাত্ৰা পথত যদি কোনোবাই তোমাক অকলশৰে এৰি থৈ আঁতৰি গৈছে, হতাশ নহবা । সিহঁত আঁতৰি যোৱাৰ মূলতে হল, এই যাত্ৰা পথ তুমি নিজেই অতিক্ৰম কৰাৰ যোগ্য ।
338.ধুমুহা অহাটো প্ৰয়োজনীয়, কাৰণ তেতিয়াহে গম পাই কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব ।
339.তোমাৰ জীৱনৰ আটাইটকৈ ভাল সিদ্ধান্ত তোমাৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে ।
340.থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।
341.জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়, আচলতে আমিহে সৰু, যেতিয়াই আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম, তেতিয়াৰ পৰা জীৱনটো সহজ হৈ পৰিব ।
342.সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ কিন্তু , সমস্যাৰ সন্মুখীন হৈ , জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন ।
Assamese Funny Status
343.Single কেইটা দুখত আছে Relationshipত থকা কেইটাই কাজিয়া কৰি আছে Dhoka খোৱা কেইটাই কান্দি আছে কিন্তু মিহি মিহিকে সকলোৰে চেনি খাই থকা কেইটা বিন্দাচ আছে ।
344.জীৱনৰ মূল্য সদায় মৃত্যুৰ পাছতহে বাঢ়ি যায় সেইদিনাই গম পালোঁ , যিদিনা মুৰ্গী বেপাৰিটোৱে কৈছিল গোটা মুৰ্গীৰ কেজি ১০০ টকা, আৰু কটা মুৰ্গীৰ কেজি ২০০ টকা ।
345.ছোৱালীবোৰক বয়স সুধিলে বেয়া পায় কিন্তু Birthday পাহৰিলে তোমাক মাৰি পেলাব ।
346.চাল্লা এটা কথা বুজি পোৱা নাই ইমান Prince আৰু Princess মোগলৰ সময়তো নাছিল যিমান এতিয়া Facebook ত দেখা পোৱা যায় ।
347.পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ Girlfriend ৰ বাপেকে Blank Cheque এখন দি ক'লে হয় ইয়াত Amount লিখি ল' আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা ।
348.যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি Traffic Policeৰ Checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল ।
349.নিজৰ Girlfriend ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা আৰু Petrol Pump ৰ কাষত চিগাৰেট খোৱা একেই কথা ।
350.আজিকালিৰ প্ৰেম Bluetooth ৰ নিচিনা ওচৰলৈ আহিলে Connected দূৰলৈ গলে Searching For a New Device
351.যিমানে Mountain Dew নোখোৱা কিয়, ভয় লাল খালেহে দূৰ হয় |
352.Single বিলাকৰ অন্য কিবা থাকক বা নাথাকক, শান্তিৰে শুব পৰা ৮ ঘণ্টা সময় কিন্তু থাকে ।
353.আপুনি জানেনে প্ৰেম কৰাৰ বয়সত প্ৰেম নকৰাটো এটা অপৰাধ ।
354.SPEED ত মেছেজৰ REPLY কৰিব পৰাটো এটা কলা, যিটো অকল আমাৰ SINGLE বোৰৰ হে আছে ।
355.আমি SINGLE মানুহ, জান, সোণ, বাবু , জানু কবলৈ মবিলেটো এ একমাত্ৰ ।
356.পঢ়া শুনাৰ CERTIFICATE যিমানেই ভাল নকৰা কিয়, সময়ত কিন্তু CAST CERTIFICATE খনহে কামত আহে ।
357.এসময়ৰ কথা - গধূলি হোৱাৰ লগে লগে মইও কিতাপ পঢ়িছিলোঁ ।
358.I HAVE A গভীৰ প্ৰশ্ন - চুমা খাই নে দিয়ে ?
359.FACEBOOK আৰু WHATSAPP চলোৱাৰ নামত যদি চৰকাৰে পুৰস্কাৰ দিলে হয়, তেন্তে, প্ৰথম পুৰস্কাৰ মই পালো হয় ।
360.যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰু যাৰ GF ASE সি শান্তি বিচাৰি ফুৰে ।
361.ফেচবুকত ছোৱালী পতাই বিয়া কৰাটো বিয়া নবোলে, ONLINE SHOPPING বোলে ।
362.ডাঙৰ মানুহ হবলৈ একো কৰিব নালাগে, Message Seen কৰি reply নকৰিলে হল ।
Friendship status...
363.আঘাত দিলেহে কোন কেনেকুৱা চিনি পাব পাৰি, ঠিক একেদৰে বিপদত পাৰিলেহে বন্ধু চিনি পাব পাৰি ।
364.বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয় কিন্তু বুজাব নোৱাৰা এটা অনুভৱ ।
365.এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে তোমাৰ কাষত থাকিব নোৱাৰিব পাৰে কিন্তু বিপদৰ সময়ত প্ৰথমে মাতষাৰ দিয়ে ।
366.এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান আঁতৰি অহা তাটোতকৈ কঠিন পাহৰিব খোজাটো অসম্ভৱ ।
367.বন্ধুত্ব এটা সম্পৰ্ক নহয়, ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ ।
368.প্ৰেমিক প্ৰেমিকা কেতিয়াও এজন সৎ বন্ধু সমান হব নোৱাৰে লগতে সেই স্থান পূৰ কৰিব নোৱাৰে ।
369.বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ সমস্ত কথা বুজি পাই ।
370.বন্ধুত্ব যি সুখবোৰ দুগুন কৰে আৰু দুখবোৰ এগুণ কৰে ।
371.বন্ধুত্ব হৃদয়ৰ নিভৃত কোণৰ নিভাঁজ অনুভূতি, যিবোৰ কোনোদিন কিনিব বা বিক্ৰী কৰিব পৰা নাযায় ।
372.Dosti এনেকুৱা হব লাগে যে, কলেজৰ গেটত ৰৈ থকা গাৰ্ড জনেও সোধে, "কি হল ? আজি পাৰ্টনাৰ নাই নেকি ?"
373.বন্ধু মানে এজন কৃপন, এজন গাধ, এজন লাজকুৰীয়া,এজন পণ্ডিত, এজন এলেহুৱা, এজন দেৱদাস আদিৰে মিলি এটা দল ।
374.অপ্ৰয়োজনতো যি তোমাৰ কাষত থাকে, তেঁওয়াই তোমাৰ প্ৰকৃত বন্ধু ।
375.কিছুমান ভাল বন্ধু, ফেচবুকতো পোৱা যায় ।
376.কেৱল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়,বিপদৰ সময়ত কাষত থকাজনেই প্ৰকৃত আপোন ।
377.সকলো ভালপোৱাই প্ৰেম নহয়, কিছুমান ভালপোৱা বন্ধুত্বও হয় ।
378.সুখৰ সময়ত মানুহৰ প্ৰয়োজন নাই, বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন, যিয়েই বিপদৰ সময়ত থাকে তেওঁহে আচল বন্ধু ।
379.বন্ধু সেইজন নহয়, যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে, প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হলেও, তোমাৰ লগ দিয়ে ।
380.জীৱনত মাত্ৰ দুজন বন্ধু লাগে - এজন কৃষ্ণৰ দৰে, যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে আৰু আনজন কৰ্ণৰ দৰে, যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে।
381.এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।
382.প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি ,ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি ,কষ্ট যিমানেই হওঁক সুখ তুমি, তোমাক যিমানেই খং নকৰোঁ কিয়, তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি ।
383.মই অজ্ঞানী হব পাৰো, বুৰ্বুক হব পাৰো, অবুজ হব পাৰো, অখ্যাত হব পাৰো, ক'লা হব পাৰো, কিন্ত্ত মোৰ মা'ৰ বাবে, মইয়ে শ্রেষ্ঠ সন্তা
384.মই কম দামী হয় কিন্তু নকল নহয় ।
nice line.....
ReplyDeletenice
ReplyDelete