Type Here to Get Search Results !

Assamese Quotes 2022 | Sad Assamese Quotes in 2022

Assamese Quotes 2022 | Sad Assamese Quotes in 2022

নমস্কাৰ, মোৰ মৰমৰ দাদা-দাদী, পেহা-পেহী, খুড়া-খুড়ী, ভাইতি-ভন্তি, প্ৰেমিক-প্ৰেমীকা, ককা-আইতা, আৰু মোৰ অতিকৈ মৰমৰ বন্ধু-বান্ধবী সকল…
যদি আপোনালোকে Social Media যেনে Facebook, Instagram, Twitter, Share Chat, আৰু Whatsapp ত আপোনাৰ প্ৰেমিক-প্ৰমিকা, বন্ধু-বান্ধবীৰ লগত সুখ-দুখৰ কিছুমান ভাৱ যেনে -

জীৱনৰ আৱেগিক status,
assamese short quotes,
assamese quotes on life,
assamese love quotes,
অসমীয়া প্ৰেমৰ বাণী,
অসমীয়া caption instagram,
জীৱনৰ status,
assamese quotes,
অসমীয়া ডাইলগ,
love quotes assamese,
assamese quotes love,
অসমীয়া caption for instagram,
assamese whatsapp status,
sad love quotes in assamese,
assamese sad image,
assamese caption for girls,
life assamese quotes,
life quotes assamese,
assamese love status,
assamese status image,
assamese quotes about life,
assamese line,
love status assamese,
assamese romantic quotes,
status for life in assamese,
assamese romantic status,
assamese status photo,
assamese quoteslove,
প্ৰকৃতিৰ status,

 
অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,

 2000+ Assamese Sad Shayari

 Happy New Year 2022 Status

Eid Mubarak Wishes 2022

Happy Birthday Wishes : Click Here This Image

happy birthday images
 

Assamese Quotes 2022

1. প্ৰিয় মানুহজনে এৰি থৈ গলেও হয়তো ইমান কষ্ট নহয়। যিমান কষ্ট এই আপোন মানুহজন সলনি হৈ গলে হয়।

2. কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে।

3. আমি পাৰ্ফেক্ট নহ'লে বিশ্বাস যোগ্য হোৱা খুবেই প্ৰয়োজন।

4. বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময় বোৰ।

5. বিপদৰ সময়ত লগত থকাৰ আশ্বাস সকলোৱে দিয়ে, কিন্তু যিয়ে শেষ পৰ্য্যায়লৈ লগত থাকি যুঁজ দিয়ে তেওঁ হে প্ৰকৃত শুভাকাংক্ষী।

অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,

অসমীয়া caption life

6. প্ৰথমতে অকলশৰে থাকিবলৈ ভয় লাগিছিল আৰু এতিয়া অকলশৰে থাকিহে ভাল লগা হৈছে।

7. অ, মই জানো… তুমি অভিমানী, কথাই প্ৰতি ঠেঁহ ধৰাটো তোমাৰ স্বভাৱ, কিন্তু শুনা মোৰো এখন হৃদয় আছে।

8. বিচ্ছেদৰ যন্ত্ৰনা তুমি কি বুজিবা, সৰাপাতক সুধি চাবা নিঃসংগতাৰ সৈতে যুঁজি যুঁজি কিদৰে জহি খহি যায়।

9. জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়, কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুদ্ধৰাব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে যিবোৰ কাকো ক'ব নোৱাৰি…।

10. চকুলোবোৰ শৰতৰ নিয়ৰ হৈ সৰিছে আকাশ কি মাটি সকলো চোন খালি হৈ পৰিছে নাজানো জীৱনে কিহৰ হিচাপ লৈছে। যিবোৰেই এতিয়া দূৰত্ব বঢ়াই গৈ আছে।

অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,

 

জীৱনৰ আৱেগিক status

11. যিমানেই ডাঙৰ হৈছো… আনন্দবোৰ হেৰাইছে।

12. "মা" হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰী নিশা পাৰ কৰিছে আৰু হাজাৰটা উজাগৰী নিশা কটাবলৈ সকলো সময়তে সাজু আছে।

13. কাৰ যাত্ৰা ক'ত কেনেকৈ শেষ হয় কোনেও নাজানে।

14. মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মুল্য কিমান।

15. জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি লবলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি।

অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,

life quotes in assamese

16. যিজনে দুখ বুজি পাইছিল; সেইজনেই যদি দুখ দিয়ে তেতিয়া দুখৰ পৰিমাণ বহুত বেছি হয়।

17. হেজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্টক মুছি দিব নোৱাৰে, কিন্তুু এটি কষ্টই হেজাৰটা সুখৰ স্মৃতিক মুছি দিব পাৰে, এইটোৱে জীৱনৰ নিষ্টুৰ সত্য।

18. কাৰোবাক অতিমাত্ৰা আবেগিক হৈ ভাল পোৱাটো হৈছে, পৃথিৱীৰ সবাতোকৈ ডাঙৰ অপৰাধ।
 
19. বাহিৰত আনক দেখুৱাই সুখী, কিন্তু মনৰ ভিতৰত হাজাৰটা দুখৰ এখন পাহাৰ ! এইয়াই মোৰ জীৱন।

20. মই সকলোৰে মন ভালে ৰখাৰ চেষ্টা কৰো, কিন্তু সকলোৱে পাহৰি যায়, মোৰো যে এটা মন আছে।
 
অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,

Sad quotes in assamese

21. বুজাবলৈ বহুত আছে কিন্তু বুজিবলৈ হে কোনো নাই, সেয়ে সদায় হাঁহি থাকো।

22. যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সিদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা।

23. কিছুমান কথা আধৰুৱা কৰিয়ে গুচি আহোঁ যেতিয়া আমাৰ লগ হয়, কিজানি সেইটো অজুহাততে আকৌ লগ পাওঁ পুনৰবাৰ।

24. মই জানোঁ মই ভুল কৰিছিলোঁ, কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাখিনি মিছা নাছিল।

25. তেতিয়াই বহুত কষ্ট পোৱা যায়, যেতিয়া আপোন মানুহজনেও অচিনাকিৰ দৰে আচৰণ কৰিবলৈ ধৰে।

অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,
 

sad life quotes in assamese

26. অবহেলা কৰিলে লোহাৰো মামৰে ধৰে, মানুহৰ সম্পৰ্কৰ দুৰত্ব বাঢ়ি যোৱাটো স্বাভাবিক।

27. আজিলৈকে মই এটা কথা বুজি নাপালোঁ যে মই মানুহজন বেয়া নে মোৰ ভাগ্যয়ে বেয়া।

28. ভাল লাগে… যেতিয়া বিপদৰ সময়ত আপোন কোনোবাই কয় ভয় নকৰিবি মই আছোঁ নহয় তোৰ লগত।

29. যিজনে তোমাক মাথো প্ৰয়োজন বুলি ভাবে, সেই জনে কেতিয়াও তোমাৰ দুখ কষ্টৰ মূল্য দিব নোৱাৰে।

30. ভগৱানে তেওঁকো ভাল কৰক… যি মোৰ বেয়া হোৱাটো বিচাৰে।

অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,


Assamese sad Status 2022

31. জীৱনবাটত আপোনতো কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিব আহে, স্বাৰ্থ শেষ, লগে লগে সম্পৰ্কও শেষ।

32. কান্দি থকা দুচকুৱে কেতিয়াওঁ মিছাকৈ নকয় চকুৰ পানি তেতিয়াহে ওলাই যেতিয়া কোনো আপোন মানুহ আতৰি যায়।

33. প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ, সেই হৈ যোৱা ধুমুহা জাকৰ পৰা হে গ'ম পোৱা যায় কোন, কাৰ, কিমান আপোন আছিল।

34. প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভুতি বোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিছাৰে কেৱল মাথো ভাল পাব হে জানে।

35. শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।

অসমীয়া caption life, assamese quotes, assamese caption, জীৱনৰ আৱেগিক status, assamese quotes about life, অসমীয়া caption sad, অসমীয়া caption, assamese caption for instagram, assamese status, life quotes in assamese, assamese life quotes, অসমীয়া facebook status, অসমীয়া caption love, fb caption assamese, sad assamese quotes, assamese line about life, assamese sad status,

Love quotes in assamese

36. জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা, যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে।

37. জীৱন এনেকুৱাই হয়। যাক তুমি আপোন ভাবা তাৰ ওচৰত দিনটোৰ শেষত তুমি এটা অবহেলাৰ বস্তু মাত্ৰ।

38. তোমাতকৈ মোৰ দুখবোৰেই ভাল জানা, অন্তত… সিহঁতে মোক অকলে এৰি নাযায়।

39. মানুহ আচলতে ভালপোৱাৰ অভাৱত মৰি নাযায়। মৰে কেৱল মিছা ভালপোৱা আৰু বিশ্বাসঘাটকৰ যন্ত্ৰণাৰ বলি হৈ।

 40. জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে খুব ভাল লাগে, কিন্তু দ্ৰুতভাবে হেৰাই যায়।

Assamese sad quotes about pain

 
41. বিশ্বাস তেওঁক কৰক, যিজনে আপোনাক দুখ দি নিজকে অপৰাধ বোধ কৰে।

42. এতিয়া জীয়াই আছো বাবেইতো মানুহে মোক নাচায়, যিদিনা মৰিম কাপোৰ আঁতৰাই মোক চোৱা মানুহৰ ভিৰ লাগিব।

43. এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন, আৰু ভাঙিবলৈ এজনে যথেষ্ট।

44. যদি কোনোবাই তোমাৰ হৃদয় ভাঙে, দোষটো কাৰ? যিজনে ভাঙিলে সেইজনৰ নে তোমাৰ দূৰ্বল হৃদয়ৰ!

45. কাজিয়াৰ পিছতো সম্বন্ধ ভাঙি নগলহেঁতেন, যদিহে তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেতেন।

Assamese short quotes on life


46. আমাৰ জীৱনত আনক কব পৰাকৈ এটা গল্প থকাটো প্ৰয়োজন, সেয়া সুখৰ হওঁক বা দুখৰ।

47. সৰু হৈ থাকোতে, সন্ধিয়া নামিছিল, তাৰ পিছত ৰাতি হৈছিল, এতিয়া কেৱল, ৰাতিপুৱা হোৱাৰ পিছতে ৰাতি হৈ যায়।

48. অৰ্থহীন প্ৰেমক লৈ জীয়াই থকাতকৈ সপোনৰ জগতত জীয়াই থকাই ভাল।

49. জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰ উভতি নাহে।

50. জীৱনত ভাগৰি পৰোঁ কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা সম্পৰ্কবোৰৰ লগত।

Assamese short quotes for instagram


51. জীৱনত এনেকুৱা এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়।

52. জীৱনত সুখী হ'বলৈ হ'লে, যিবোৰক ভাল পাই সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক।

53. সময়বোৰ আপোনাৰ নিজৰ, কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে, যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে।

54. তেওঁক বাৰে প্ৰতি ভৰষা কিয় কৰে ? যিজনে আজি কন্দুৱাব পাৰিছে সেইজনে কাইলৈ পাহৰি যাবওতো পাৰে।

55. নিজকে কষ্ট নিদিব কাৰন আপোনাৰ সপোনবোৰ এতিয়াই ফলিওৱা নাই।

Assamese deep short quotes


56. ব্যৱহাৰ মানুহে কিতাপৰ পৰা নিশিকে, শিকে একমাত্ৰ ঘৰখনৰ পৰিৱেশৰ পৰা।

57. তেওঁৰ হাততেই ধৰা উচিত, যিজনে পৰিস্থিতি যিয়েই নহওঁক কিয়, তোমাৰ হাতখন কেতিয়াও এৰি নিদিয়ে।

58. এই জগতত ২৪ ঘন্টাৰ ২৪ ঘন্টাই কোনো ব্যস্ত নাথাকে, সেয়া নিৰ্ভৰ কৰে আপুনি তেওঁৰ প্ৰাধান্যৰ তালিকাত কোন স্থানত আছে।

59. জীৱনত অহা বেছি মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলে আহে।
 
60.মানুহৰ মনটো কেনেকুৱা ঘৰ! য’ত সোমাবলৈ আছে পথ, কিন্তু ঘূৰি আহিবলৈ নাই কোনো ৰথ, সেয়ে মনৰ পৰা গুচি যোৱা জনে মন ভাঙি যায়, কাৰণ উভতি আহিব পথ বিচাৰি নাপায়।
 
61.জীৱনত প্ৰেমেই সকলো নহয়, কাৰণ কেৱল প্ৰেমত সফলেই সফলতা নহয়, তোমাক সফল কৰিব পাৰে এনে প্ৰেম কৰিবা সফলতা দেখিহে কোবা প্ৰেম প্রেমেই নহয়।
 
62.ক্ষন্তে কীয়া সময়ৰ কাৰণেই সঁচা, হাঁহিৰে লগ পাইছিলো মোৰ জীৱনটি আজিও যেতিয়া সেই পলটো মনত পৰে, মনৰ পৰা সকলো দুখবোৰ পাহৰি যায় কিয় এই অন্তৰে।
 
63.অঘটত হৈ কোনো আশা ভাঙি যায় তেতিয়া কি হয়? সময়ে অস্তিত্বক দেখুৱাব নোৱাৰে। দুৰ হৈ গলেও অনুভৱ শেষ নহয়, প্ৰেম যি অন্তৰৰ সম্পৰ্ক এনে সম্পৰ্ক যি পথত ফুটি  নুঠে, তুমি আনৰ ৰাতিৰ হাঁহি আনন্দ ই সঁচা; মোৰ প্ৰত্যেক ৰঙত জৰিত তুমি আছা তোমাতেই ৰচনা হয় মোৰ আশা, ইচ্ছা তুমি জেনেকা পৰিস্থিতি দি যোৱা মোৰ লক্ষ্য স্থান তুমিয়েই।
 
64.নীৰৱ কান্দো মই কিন্তু শিকিলোঁ হাঁহিব মানুহৰ লগত আৰু এতিয়া নাই তোমাৰ প্ৰয়োজন তুমি উভতিও নাহিবা শিকিলোঁ তোমাক এৰি থাকিব এই দুনিয়াত।
 
65.সৰু সৰু কথা কৈ ডাঙৰ কেনেকৈ হবা, সৰু ৰাস্তাৰ পৰা ওলালেহে খোলা পথ পাবা।
 
66.তুমি কৰিব নোৱাৰিলা তাতে কি! মই মোৰ প্ৰেমৰ সমাপ্তি কৰিম তোমাক ওচৰত পোৱা নহ’ল ভাগ্যত মই মোৰ সন্তানক তোমাৰ নাম দিম।
 
67.তোমাৰ স্মৃতিৰ ভয়ত মই কতো গুচি নাযাও, অকশৰীয়াৰে আৱৰি থকা সেই ঘৰ সলনি নকৰো, জীৱনৰ যিকোনো মূহুৰ্ততে তোমাৰ ফোন আহিব পাৰে সেই আশাতে মই মোৰ নম্বৰ সলনি নকৰো।
 
68.একমাত্ৰ মইয়ে কান্দিছো তাইৰ প্ৰেমত এয়া সঁচা নহয়, কান্দিছে তাইয়ো কিজানি! বহুত কষ্টৰে ডিলিট কৰিছো তাইৰ নম্বৰ,মোৰ নম্বৰ ডিলিট কৰাৰ সময়ত হাত খন তাইৰোঁ কপিছিল কিজানি।
 
69.দুৰ কোনোৱা ঠাইত হাঁহি ধেমালি চলিছে আকৌ এজন কৰা অকলশেৰে থাকিছে, যদিও নতুন চেহেৰা লাখ লাখ আগেদি ঘূৰে মনত টো তোমাৰ আগৰ চেহেৰাই থাকিব।
 
70.এটা সময় আছিল তোমাক বহুত ভাল পোৱা, এটা সময় আছিল তোমাৰ কথা চিন্তা কৰা, এটা সময় আছিল তোমাক হাজাৰ মেচেজ কৰা, এটা সময় আছিল তোমাৰ পৰা ভিন্ন হব ভয় কৰা, তুমি এৰি নিদিবা! এৰি নিদিবা! এই ভয়ত নিৰাশা হব লগা হোৱা, ইমান অপমানিত হৈছো প্ৰেমত ইমান অপমানিত হৈছো সদায় সদায় এৰা এৰি কথাত. এতিয়া তুমি এটা নহয় এশটা ল’ৰাক এৰি দিয়া।
 
71.এটা সম্পর্ক কৰিবলৈ দুজনৰ প্রয়োজন, আৰু ভাঙিবলৈ অজনে যথেষ্ট।
 
72.আমি perfect নহ'লেও বিশ্বাস যােগ্য হােৱা খুবেই  প্রয়ােজন।
 
73.সেই জনক আপােন কৰি লওক যিয়ে সমাজত আপােনাক চিনাকি কৰি দিবলৈ লাজ নকৰে।
 
74.প্রয়ােজনত অতি বিশ্বাসী ও অতি নিৰ্ভৰযােগ্য ব্যক্তি হিচাপে পৰিচিত, আৰু প্ৰয়ােজনৰ শেষত অৱহেলিত ব্যক্তিলৈ ৰূপান্তৰিত।
 
75.অকলশৰীয়া হৈ যায় সেই সকল লােক যি নিজতকৈ বেছি আনৰ কেয়াৰ কৰে।
 
76.সময়বােৰৰ কথাতাে নাজানাে, কিন্তু মানুহ বােৰ সঁচাই সলনি হৈ যায়।
 
77.সমন্ধ এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সমন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্রয়ােজনৰ পৰা নহয়।
 
78.বেলেগক দিয়া কষ্টবােৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা,তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময় বােৰ।
 
79.চকুপানীৰ আঁৰত থকা দুখবােৰ কোনাে নেদেখে, কিন্তু ভুল বােৰ সকলােৱে দেখে।
 
80.সময় বােৰ সদায় একেই হৈ নাথাকে,কান্দিব সেই জনেও লাগে যি সদায় আনক কন্দুয়াই।
 
81.তুমি পইচা বনােৱা সমন্ধ বােৰ মানুহবােৰে নিজেই বনাই ল'ব।
 
82.দুখ বােৰ সদায় চকুপানী হৈ প্রকাশ নাপাই,কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্রকাশ পাই।
 
83.সময় বােৰ হেৰাই যােৱাৰ পাছত, এটা কথা প্রায় অনুভৱ হয়  দেউতাই প্রতিটো কথাই সঁচাকৈ কৈছিল।
 
84.মই এই সেই জন ভাগ্যবান মানুহ,যাক কাৰােবাৰ দৰকাৰ হলেহে মনত পৰে।
 
85.মৌনতা যেতিয়া শ্রেষ্ঠ হৈ পৰে কোনােবাখিনিত হৃদয়খনে ফেঁকুৰী উঠে।
 
86.অকলশৰে থকাই ভাল কোনােৱেই দুখ দিব নােৱাৰে।
 
87.অলপ সাৱধানে থাকিলৈ শিকক, আজিকালি মানুহবােৰে সুখবােৰ কাঢ়িলৈ কয় সুখত থাকিবা।
 
88.ভাল বুলি সকলােৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আঁচল বন্ধু।
 
89.কেতিয়াও নিজৰ স্বার্থৰ কাৰণে অন্যৰ সজোৱা সপোন নাভাঙিব! হ্রদয়ৰ, অনুভূতি স্বার্থ শেষ হ'লে হয়তো আপুনি গুচি যাব, কিন্ত সেই মানুহজনৰ সপোন বোৰ আৰু নতুনকৈ সজাবলৈ নোৱাৰিব।
 
90.নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত প্রিয় জনে সংগ এৰি দিয়ে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad