Type Here to Get Search Results !

জীৱনৰ আৱেগিক Status | Assamese Quotes About Life 2022

 জীৱনৰ আৱেগিক Status | Assamese Quotes About Life 2022

জীৱনৰ আৱেগিক Status, assamese funny memes, assamese caption for life, অসমীয়া caption life short, অসমীয়া ৰোমাণ্টিক বাক্য, assamese caption, অসমীয়া ডাইলগ sad, whatsapp about lines assamese, অসমীয়া দুখৰ status, নিসংগতা জীৱনৰ আৱেগিক status, অসমীয়া ডাইলগ attitude, life quotes in assamese, assamese life quotes, assamese attitude status, assamese whatsapp status, assamese love quotes, assamese sad shayari, অসমীয়া caption instagram, assamese shayari text, স্বাৰ্থপৰ status, whatsapp status assamese,


"প্ৰিয় মানুহজনে এৰি থৈ গলেও হয়তো ইমান কষ্ট নহয়। যিমান কষ্ট এই আপোন মানুহজন সলনি হৈ গলে হয়।"

ওপৰত উল্লেখ কৰা ধৰনৰ আৰু বহুতো Status যেনে......... জীৱনৰ আৱেগিক status, assamese quotes, অসমীয়া caption life, অসমীয়া ডাইলগ, assamese shayari, assamese quotes about life, assamese status, assamese shayari life, assamese funny memes, assamese caption for life, অসমীয়া caption life short, অসমীয়া ৰোমাণ্টিক বাক্য, assamese caption, অসমীয়া ডাইলগ sad, whatsapp about lines assamese, অসমীয়া দুখৰ status, নিসংগতা জীৱনৰ আৱেগিক status, অসমীয়া ডাইলগ attitude, life quotes in assamese, assamese life quotes, assamese attitude status, assamese whatsapp status, assamese love quotes, assamese sad shayari, অসমীয়া caption instagram, assamese shayari text, স্বাৰ্থপৰ status, whatsapp status assamese, অসমীয়া facebook status, assamese love shayari, জীৱনৰ status, ইত্যাদি আজি এই পোষ্টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছো, আশা কৰো আপোনালোক সকলোৱে ভাল পাব।

New Assamese Broken Heart  Status 2023

জীৱনৰ আৱেগিক status 

1. আচলতে যি দেখিছোঁ স্বাৰ্থপৰ মানুহ বোৰেই সদায় সুখত থাকে।

2. সৰু হৈ থাকোঁতে ভাবিছিলোঁ কিতাপৰ গধুৰ
বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম,
কিন্তু আজি বুজি পাইছোঁ,
গধুৰ বুলি ভবা সেই বোজাবোৰ আছিল
আজিৰ মা-দেউতাৰ ওপৰত নিজেই গৈ থকা
বোজাতকৈ বহুত গুণে পাতল।

3. জীৱনত যিমানে ধুমুহা নাহক কিয়
মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা,
কিন্তু যিদিনা উপলব্ধি কৰিম তোমাৰ দুখৰ
কাৰণ মই সিদিনা নিজেই আঁতৰি যাম তোমাৰ পৰা বহুত দূৰলৈ।

4. সঁচা কথা মনে মনে সহ্য
কৰি থাকিলে আপুনি ভাল,
কিন্তু সন্মুখত চিধা চিধি কৈ দিলে
আপোনাৰ সমান বেয়া কোনো নাই।

5. মই স্বার্থপৰ বা অহংকাৰী নহয়,
মাথোঁ সেইবোৰ মানুহৰ
পৰা আঁতৰি থাকোঁ যাৰ ওচৰত
মোৰ কোনো মূল্য নাই।
জীৱনৰ আৱেগিক status, assamese quotes, অসমীয়া caption life, অসমীয়া ডাইলগ, assamese shayari, assamese quotes about life, assamese status,

 Assamese Quotes 2022

6. সপোন যিমান ৰঙীন হয়
বাস্তৱ সিমানেই কঠিন হয়।

7. সঁচা কথা মনে মনে সহ্য
কৰি থাকিলে আপুনি ভাল,
কিন্তু সন্মুখত চিধা চিধি কৈ দিলে
আপোনাৰ সমান বেয়া কোনো নাই

8. সম্পর্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি
দুয়োফালৰ পৰা সমানে থাকে,
তেন্তে পৃথিৱীৰ কোনো
সম্পর্কই ভাঙি নাযায়।

9. শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও
গৌৰৱ নকৰিবা, কাৰণ  শৰীৰটো তোমাৰ সৃষ্টি নহয়।
বংশকলৈ কেতিয়াও গৌৰৱ নকৰিবা,
কাৰণ বংশ নির্বাচন কৰি তুমি জন্ম গ্রহণ কৰা নাই,
গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্র লৈ,
যিটো তুমি নিজেই গঢ়িছা।

10. যিয়ে নিজৰ বেয়া সময় দেখিছে
তেওঁ কেতিয়াও আনৰ
বেয়া হোৱাটো নিবিচাৰে।
assamese funny memes, assamese caption for life, অসমীয়া caption life short, অসমীয়া ৰোমাণ্টিক বাক্য, assamese caption, অসমীয়া ডাইলগ sad, whatsapp about lines assamese, অসমীয়া দুখৰ status, নিসংগতা জীৱনৰ আৱেগিক status, অসমীয়া ডাইলগ attitude, life quotes in assamese, assamese life quotes, assamese attitude status, assamese whatsapp status, assamese love quotes, assamese sad shayari, অসমীয়া caption instagram, assamese shayari text, স্বাৰ্থপৰ status, whatsapp status assamese,

অসমীয়া Caption Life

11. কোনো পুৰুষে যদি
কোনো নাৰীক সন্মান দিয়ে
তেন্তে বুজিবা যে সেই পুৰুষ কোনো
সন্মানীয় নাৰীৰ পুত্র।
কিয় জানেনে এজনী সভ্য মাকেহে
তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।

12. কেতিয়াও কোনো বস্তুৰ অহংকা
কৰা উচিত নহয়,
মনত ৰাখিবা ঈশ্বৰে যিটো দিব জানে
সেইটো কাঢ়ি নিবও জানে।

13. সপোন বোৰ নিজক লৈ দেখা উচিত
আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পর্কৰ
কোনো ভৰষা নাই।

14. জীৱনলৈ মানুহ আহিব আৰু যাব
কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ বাবে
যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব

15. জীৱনত যিমানে আঘাত পাবা
সিমানে আপোন মানুহবোৰক চিনিব শিকিবা,
কোন আচলতে কেনেকুৱা
কোন তোমাৰ কিমান আপোন।
জীৱনৰ আৱেগিক status, assamese quotes, অসমীয়া caption life, অসমীয়া ডাইলগ, assamese shayari, assamese quotes about life, assamese status, assamese shayari life, assamese funny memes, assamese caption for life, অসমীয়া caption life short, অসমীয়া ৰোমাণ্টিক বাক্য, assamese caption, অসমীয়া ডাইলগ sad, whatsapp about lines assamese, অসমীয়া দুখৰ status, নিসংগতা জীৱনৰ আৱেগিক status, অসমীয়া ডাইলগ attitude,
 

Assamese Shayari 2022

16. অবিশ্বাস্য হলেও সত্য
টকা অবিহনে পুৰুষৰ জীৱন,
আৰু ৰূপ অবিহনে নাৰীৰ জীৱন
কষ্টকৰ।

17. কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায়
তেতিয়া মানুহে কান্দিব এৰি
মনে মনে থাকিবলৈ
শিকি যায়।

18. জন্মৰ পৰাই অভাৱ শব্দটোৰ
লগত ঘনিষ্ঠ সম্পর্ক আছে,
সেয়ে কেতিয়াও মানি নলওঁ
অভাৱে স্বভাৱ নষ্ট কৰে।

19. আপত্তি নাই, সুখ নকৰো
যি পাইছো তাতেই সুখী,
কোনোবাইতো এই খিনিও
পোৱা নাই।

20. দেউতাকৰ টকাৰে দামী গাড়ী লৈ
ঘূৰি ফুৰা লৰাবোৰতকৈ
সৰু সৰু কাম কৰি ঘৰখন চলাই,
চাইকেল চলোৱা ল'ৰাক
বেছি সন্মান কৰোঁ।
জীৱনৰ আৱেগিক status, assamese quotes, অসমীয়া caption life, অসমীয়া ডাইলগ, assamese shayari, assamese quotes about life, assamese status, assamese shayari life, assamese funny memes, assamese caption for life, অসমীয়া caption life short, অসমীয়া ৰোমাণ্টিক বাক্য, assamese caption, অসমীয়া ডাইলগ sad, whatsapp about lines assamese, অসমীয়া দুখৰ status, নিসংগতা জীৱনৰ আৱেগিক status, অসমীয়া ডাইলগ attitude,

Assamese Quotes About Life

21. যি মানুহে আনৰ কথা
অলপো ভাবিব নোৱাৰে
তেওঁ মানুহ হোৱাৰ অর্থ নাই।

22. জীৱনত এনেকুৱা এজন
মানুহৰ প্রয়োজন
যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব,
আৰু প্রয়োজন নোহোৱাকৈ
খবৰ ল'ব।

23. মানুহে অকলে অকলে হাঁহিব নোৱাৰে,
হাঁহিবলৈ এজন সংগী প্রয়োজন,
কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে
কান্দিব লগা হয়,
কাৰণ দুখৰ কোনো সংগী নাথাকে।

24. সেইজন মানুহ বহুত বেছি সংস্কাৰী
যিজনে যিমান খংত থাকিলেও
বেলেগৰ লগত কথা পতাৰ
শিষ্টাচাৰ পাহৰি নাযায়।

25. গুৰুত্ব থাকিলে সকলো সম্পর্কই টিকিব
সেয়া বন্ধুত্বই হওঁক বা ভালপোৱা।

Assamese Shayari Life

26. বাস্তৱতা তুমি যাক যিমান গুৰুত্ব দিবা
তেওঁ তোমাক সিমানেই
অৱহেলা কৰিব।

27. ভালপোৱাই হওঁক বা বন্ধুত্বই,
বেয়া সময় আহিলে বুজা যায়
সম্পর্কটো কিমান গভীৰ।

28. বিচাৰিলেই সকলো পোৱা নাযায়
যদি সেয়া তোমাৰ ভাগ্যতে নাথাকে।

29. সম্পর্ক সেয়া নহয়
যি আনক দেখুওৱা হয়,
সম্পর্ক সেইয়াহে যি হ্রদয়েৰে
পালন কৰা হয়।

30. কিছুমান মানুহে মোক বহুত ভাল পায়
কেৱল মাত্র প্রয়োজনৰ সময়ত।

Assamese Caption For Life

31. সৎ পথত চলিলে হয়তো কষ্ট হ'ব,
কিন্তু জয় এদিন তোমাৰে হ'ব।

32. মিঠা মিঠা কথা কোৱা মানুহবোৰে
আচলতে আমাক ঠগি থৈ গুচি যায়,
প্রকৃত সঁচা মনৰ মানুহবোৰ
সদায় খঙাল হয় আৰু
কিবা বেয়া দেখিলে মুখৰ
আগতেই কৈ দিয়ে।

33. মনৰ কষ্ট আৰু চকুপানী কাকো
দেখুৱাত নাই,
নিজৰ জীৱন সুখৰ নহলেও কাকো
কোৱাত নাই,
কাৰণ সকলোৱে কষ্ট দিব পাৰে
কিন্তু কষ্টৰ ভাগ লবলৈ কোনেও নাহে।

34. সফলতাৰ পাছত অভিনন্দন জনোৱা
মানুহ বহুত পাবা,
কিন্তু বিফলতাৰ পাছত কাষত মাত্র
এজনক পাবা আৰু সেইজন স্বয়ং
তুমি নিজেই।

35. কাৰােবাৰ মনত জয় কৰি তুমি যিমান সুখী হ'ব,
তাতকৈ কাৰােবাৰ বিশ্বাস জয় কৰি
বেছি সুখী হ'বা।
কাৰণ সকলােবােৰ সস্পর্কৰ
মূলমন্ত্র হ'ল বিশ্বাস।

অসমীয়া Caption Life Short

36. মানুহে সকলােৰে সৈতে অভিনয় কৰিব পাৰিলেও
নিজৰ সৈতে কেতিয়াও অভিনয়
কৰিব নােৱাৰে।
সেইবাবেই প্রতিজন মানুহে নীৰৱে উচুপে।

37. জীৱনত যেতিয়া লৈকে সফল হৈ থাকিবা,
তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়।
কিন্তু যেতিয়া তুমি ব্যর্থ হ'বা,
তেতিয়া তােমাক তুলি ধৰাত হাত আগবঢ়ায়
দিয়া কোনাে নেলিয়া।

38. খং উঠি কাকে এনেকুৱা একো কথা নক'বা,
খং কমিলে যি কথা ভাবি নিজকে
সেইজনৰ ওচৰত সৰু যেন অনুভৱ হয়।

39. যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা,
সেইটো বস্তু নাপাবও পাৰা,
কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা,
সেইটো বস্তু নিশ্চয় পাবা।

40. যি তােমাক কষ্ট দিয়ে,
তেওঁক পাহৰি যােৱা, কিন্তু কষ্টৰ সময়ত যি
সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নযাবা।

অসমীয়া ৰোমাণ্টিক বাক্য

41. এডাল ৰছীৰ ওপৰত
থিয় হৈ থকাৰ নাম হ'ল চার্কাছ।
আৰু অশান্তিৰ মাজতাে শান্ত হৈ থকাৰ
নাম হ'ল জীৱন।

42. এনেকুৱা এগৰাকীক মোৰ
জীৱন সংগী হিচাপে বিচাৰো,
যি গৰাকীয়ে মোক পোৱাৰ পিছত দ্বিতীয়
জনৰ কথা নাভাবে।

43. জীৱনটো খুবেই কষ্টকৰ
কিন্তু কাকো বুজাব পৰা নাযায়,
মনটো বৰ অসহায় কিন্তু সেইয়া কাকো
দেখুৱাব পৰা নাযায়,
জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি
কিন্তু বিচাৰিলে সকলো পোৱা নাযায়।

44. আপুনি জীৱনত কষ্ট দিয়াৰ আগত
এবাৰ ভাবি চাব নিজে কষ্ট পালে
কেনেকুৱা লাগে,
মনত ৰাখিব যে কাৰোবাক কষ্ট
দি কোনো মানুহ বেছি দিন সুখত
থাকিব নোৱাৰে।

45. গছৰ ওপৰত বহি থকা
চৰাইটো ডালটো ভাগি যাব বুলি
কেতিয়াও ভয় নকৰে,
কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে,
সেয়েহে সদায় নিজৰ ওপৰত
বিশ্বাস ৰাখিব।

Whatsapp About Lines Assamese

46. বেলিটোও অকলশৰীয়া কিন্তু
সদায় পোহৰ দি থাকে,
আপোনাৰ কাষত কোনোবাই থাকক
বা নাথাকক সদায় নিজকে
সুখী ৰাখক আৰু হাঁহি থাকক।

47. মানসিক শান্তিয়ে পৃথিৱীৰ
সকলোতকৈ ডাঙৰ সুখ।

48. কাৰোবাৰ ওপৰত লোৱা প্রতিশোধৰ আবন্দ
থাকে মাত্র কেইটামান দিন,
কিন্তু কাৰোবাক ক্ষমা কৰাৰ আনন্দ
থাকে গোটেই জীৱন।

49. সম্পর্কবোৰ চৰাইৰ দৰে
জোৰকৈ ধৰিবা মৰি যাব,
লাহেকৈ ধৰিবা উৰি যাব,
মৰমত ধৰিবা সদায় থাকিব।

50. আজি কালি  কোনোবাই খবৰ ল'লে
ভাল বুলিয়েই কওঁ,
কিমানক নো বেয়া বুলি কম।
সলনি হৈ যাম এদিন
এতিয়া মোক বেয়া পোৱা সকলোৱে
তেতিয়া মোক পাগলৰ দৰে
বিচাৰি ফুৰিব।

অসমীয়া দুখৰ Status

51. এটা সপোন
ভাঙি চিঙি যোৱাৰ পিছত ভাগৰি নপৰি
অন্য এটি সপোন দেখাৰ
উদ্যামেই হৈছে জীৱন।

52. আজিৰ দিনত মানুহে
মিছা কথা লাহেকৈ ক'লেও শুনা পাই,
কিন্তু সঁচা কথা
চিঞৰি থাকিলেও শুনা নাপাই।

53. হ্রদয় হে ভাহিছে, জীৱনটো নহয়।
কোনোবাই এৰি গৈছে, উশাহটোৱে
এৰি যোৱা নাই।
এনেদৰে কিমান আৰু, নিজকে কষ্ট দিবাু!
সুখী হ'বলৈ চেষ্টা কৰা,
তোমাৰ সময় হে বেয়া, জীৱন নহয়।

54. সুখী হ'বলৈ অসংখ্যা মানুহৰ দৰকাৰ নাই,
দৰকাৰ মাথো সেই মানুহজনৰ
যিজনে আপোনাৰ মূল্য আৰু
আপোনাৰ গুৰুত্ব বুজিব।

55. মানুহে তোমাক তেতিয়াই
ভাল বুলি কয়,
যেতিয়া তোমাক তেওঁৰ ইচ্ছা মতে
ব্যৱহাৰ কৰিব পাৰে।

নিসংগতা জীৱনৰ আৱেগিক Status

56. কেতিয়াও শৰীৰ চাই প্রেম
নকৰিবা, তেনহলে সফল হ'ব নোৱাৰিবা্‌
ব্যক্তিত্বৰ প্রেমত পৰিবা
সাত জনমলৈ পাহৰিব নোৱাৰিবা।

57. মানুহে দুখ পাহৰি যাব পাৰে,
কষ্ট পাহৰি যাব পাৰে,
কিন্তু আপোন জনৰ পৰা পোৱা
বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে।

58. এজন মানুহ তেতিয়াই
অকলে থকাৰ কথা ভাবে,
যেতিয়া তেওঁ দেখে, তেওঁক
সকলোৱে ঠগাইছে।

59. সাপলৈ ভয় নালাগিলেও কিছুমান
বিশেষ মানুহক দেখিলে
সাপতকৈও বিশাক্ত যেন লাগে।

60. যাৰ ওচৰত আপোনাৰ বাবে সময় নাই
তেওঁক কেতিয়াও আমনি নকৰিব,
কিয়নো তেওঁলোক তেওঁলোকৰ দুনীয়াত ব্যস্ত
সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ
প্রয়োজন নাই।।

Romantic Sad Status Assamese

61. সপোন বিচাৰি বাস্তৱৰ  ঠিকনা বোৰ  হেৰুৱালো
উকা কাগজত লিখিলোঁ আলফুলীয়া মনৰ  সপোন বোৰ জীৱনৰ  
প্ৰতিটো সোজতে উজুতি খাওঁ ,
জীৱনৰ  প্ৰতিজন  আপোন মানুহৰ পৰা কষ্টও পাওঁ ।
তথাপিও  লাজ নাই নিজৰ  মনটো, অলপ মৰম পালে  সকলো পাহৰি যাওঁ ।  
এই মায়াময়  পৃথিৱীত  কোনো কাৰো বাবে আপোন  নহয়.......
 নিজৰ ছাঁয়াটোও  এদিন আন্ধাৰত  পৰশ  পালে  পৰ  হয়  যায় ।।
            
62. শাসন তেওঁহে কৰা যায় যাক বহুত বেছি
অন্তৰৰ পৰা ভালপোৱা হয়।

63. মোৰ জীৱনত এনেকুৱা মানুহ নালাগে,
যি মোৰ সাধাৰণ এটা ভুলৰ অজুহাত
লৈ মোৰ পৰা আঁতৰি যায়, মোক এনে এজন সংগীৰ প্ৰয়োজন,
যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক
আঁকোৱালি লব পাৰে।

64. হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম,
তোমাক নাপালে তুমি দিয়া মিঠা মিঠা
স্মৃতি তাতেই  বিচাৰি পাম।
 
জীৱনৰ আৱেগিক status, assamese quotes, অসমীয়া caption life, অসমীয়া ডাইলগ, assamese shayari, assamese quotes about life, assamese status, assamese shayari life, assamese funny memes, assamese caption for life, অসমীয়া caption life short, অসমীয়া ৰোমাণ্টিক বাক্য, assamese caption, অসমীয়া ডাইলগ sad, whatsapp about lines assamese, অসমীয়া দুখৰ status, নিসংগতা জীৱনৰ আৱেগিক status, অসমীয়া ডাইলগ attitude,

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad