Type Here to Get Search Results !

Bhogali Bihu Wishes In Assamese 2023 | Happy Bhogali Bihu 2023

Magh Bihu 2022 Wishes in Assamese language, Bhogali bihu wishes, Happy Bihu wishes in Assamese, Happy bhogali Bihu 2023, Magh Bihu HD image, Magh Bihu Greetings in Assamese Language, Magh Bihu image Wallpaper, Magh Bihu Meji Photo, Magh Bihu Meji image Pictures, Magh Bihu Photo, Magh Bihu Wishes Assamese, Magh Bihu Uruka images, Magh Bihu HD Picture, Magh Bihu Quotes in Assamese Language, Magh Bihu Gif Download, Magh Bihu Pic Status Photo, Happy Magh Bihu Assamese Shayari Message, Magh Bihu Whatsapp Status, Magh Bihu Messages in Assamese, Magh Bihu Wishes images, Magh Bihu Greetings Message Shayari, Happy Magh Bihu 2023

Bhogali Bihu 2023 (ভোগালী বিহু বা মাঘ বিহু) :-

নৱবৰ্ষই আমাক ভাৰতৰ প্ৰতিটো প্ৰান্তত ব্যক্তিগতভাৱে পৰম মহিমা আৰু বৈভৱৰ সৈতে উদযাপন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে আদৰণি জনাইছে। ইয়াৰে এটা হৈছে ভোগালী বিহু বা মাঘ বিহুমাঘ বিহু হৈছে অসমৰ শস্য চপোৱা উৎসৱ আৰু ইয়াক মাঘ মাহত (১৫ জানুৱাৰী) পালন কৰা হয়।
 
Uruka 2023 (উৰুকা):-

ভোগালী'ৰ অৰ্থ হৈছে 'ভোজ' আৰু ই হৈছে দুদিনীয়া উৎসৱ। ভোগালী বিহু বা মাঘ বিহুৰ প্ৰথম দিনটো হৈছে উৰুকা আৰু ই 14 জানুৱাৰী, 2023 তাৰিখে। ভোগালী বিহুৰ প্ৰথম দিনটোত অৰ্থ্যাৎ উৰুকাৰ দিনা যুৱক-যুৱতীসকলে খেতিপথাৰ বা মুকলি ঠাইত বাঁহ আৰু কাঠৰ টুকুৰাৰে 'মেজি' বা 'ভেলাঘাৰ' নিৰ্মাণ কৰে আৰু উৰুকা নিশা এক সামূহিক ভোজ অনুষ্ঠিত কৰা হয়।
 
Magh Bihu 2022 Wishes in Assamese language, Bhogali bihu wishes, Happy Bihu wishes in Assamese, Happy bhogali Bihu 2023, Magh Bihu HD image, Magh Bihu Greetings in Assamese Language, Magh Bihu image Wallpaper, Magh Bihu Meji Photo, Magh Bihu Meji image Pictures, Magh Bihu Photo, Magh Bihu Wishes Assamese, Magh Bihu Uruka images, Magh Bihu HD Picture, Magh Bihu Quotes in Assamese Language, Magh Bihu Gif Download, Magh Bihu Pic Status Photo, Happy Magh Bihu Assamese Shayari Message, Magh Bihu Whatsapp Status, Magh Bihu Messages in Assamese, Magh Bihu Wishes images, Magh Bihu Greetings Message Shayari, Happy Magh Bihu 2023

 Bhogali Bihu Quotes in Assamese

আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ অপায় অমঙ্গল, সকলোৰে জীৱনলৈ বৈ শান্তিৰ সোঁত, তাৰেই কামনাৰে মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
মাটি মাহৰ সোৱাদেৰে বৰা চাউলৰ সুগন্ধৰে জীৱন ভোগালী হৈ পৰক, তাৰেই কামনাৰে ভোগালী বিহুৰ শুভেচ্ছা জনালো।
মেজিৰ জুইত জাহ যাঁওক দুখ, হিংসা, দূৰ্নীতি আৰু ঘূৰি আহক সুখ, শান্তি সমৃদ্ধি। অসমৰ সকলোকে ৰাইজকে মোৰ ফালৰ পৰা ভোগালি বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
নিয়ৰ সৰা গধুলী, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালী চোৱা আহি পালে ভোগালী। হেপ্পী ভোগালী বিহু।

Magh Bihu 2023 Wishes in Assamese language, Bhogali bihu wishes, Happy Bihu wishes in Assamese, Happy bhogali Bihu 2023, Magh Bihu HD image, Magh Bihu Greetings in Assamese Language, Magh Bihu image Wallpaper, Magh Bihu Meji Photo, Magh Bihu Meji image Pictures, Magh Bihu Photo, Magh Bihu Wishes Assamese, Magh Bihu Uruka images, Magh Bihu HD Picture, Magh Bihu Quotes in Assamese Language, Magh Bihu Gif Download, Magh Bihu Pic Status Photo, Happy Magh Bihu Assamese Shayari Message, Magh Bihu Whatsapp Status, Magh Bihu Messages in Assamese, Magh Bihu Wishes images, Magh Bihu Greetings Message Shayari, Happy Magh Bihu 2023

Magh Bihu Wishes Assamese

অসমৰ সকলো ৰাইজকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
ভোগালীৰ উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্ৰ উমেৰে জীৱন সুখময় হওঁক, তাৰেই কামনাৰে ভোগালী বিহুৰ শুভেচ্ছা জনালো।
ভোগালীৰ মেজিৰ পৱিত্ৰ বহ্নিয়ে আঁতৰাওক সমাজৰ সকলো অসুয়া-অশান্তি, ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ হিয়া-মন, প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী। অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে... Happy Bhogali Bihu.
ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস, তাৰেই কামনাৰে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।

Happy Bhogali Bihu

সমুহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰো, মেজিৰ জুইত জাহ যাওক দুখ, হিংসা দুৰ্নীতি আৰু ঘূৰি আহক সুখ-শান্তি সমৃদ্ধি।
 সকলোৰে জীৱনত যেন এই বিহুৱে কঢ়িয়াই আনে একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনৰে মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।
ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাঁচিলো।
গুৰৰ মিঠাই আৰু তিলৰ লাৰুৰ সু-স্বদুয়ে আপোনাক আনন্দিত কৰক। আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।
অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাঁচিলো।

Magh Bihu 2023 Wishes in Assamese language, Bhogali bihu wishes, Happy Bihu wishes in Assamese, Happy bhogali Bihu 2023, Magh Bihu HD image, Magh Bihu Greetings in Assamese Language, Magh Bihu image Wallpaper, Magh Bihu Meji Photo, Magh Bihu Meji image Pictures, Magh Bihu Photo, Magh Bihu Wishes Assamese, Magh Bihu Uruka images, Magh Bihu HD Picture, Magh Bihu Quotes in Assamese Language, Magh Bihu Gif Download, Magh Bihu Pic Status Photo, Happy Magh Bihu Assamese Shayari Message, Magh Bihu Whatsapp Status, Magh Bihu Messages in Assamese, Magh Bihu Wishes images, Magh Bihu Greetings Message Shayari, Happy Magh Bihu 2023

Happy Magh Bihu Assamese Shayari Message

ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আহি থকা দিনবোৰ সকলোৰে সুখ-সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক, তাৰেই কামনা কৰিলো।
বাপতি হাসোন ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। হেপ্পী ভোগালী বিহু।
এই বিহুৰ বতৰত মেজি ঘৰত পিঠা খোৱা পৰত সকলোলৈকে বাপতিসাহোন ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।
উৰুকাৰ কাহিলি পুৱা হিমচেছা শীতৰ সেমেকা পৰিবেশত অসমবাসীলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো।
সকলো বন্ধু-বান্ধৱীলৈ ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাঁচিলো, আশা কৰো আহি থকা দিনবোৰ সকলোৰে সুখ-সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক। 
Magh Bihu 2023 Wishes in Assamese language, Bhogali bihu wishes, Happy Bihu wishes in Assamese, Happy bhogali Bihu 2023, Magh Bihu HD image, Magh Bihu Greetings in Assamese Language, Magh Bihu image Wallpaper, Magh Bihu Meji Photo, Magh Bihu Meji image Pictures, Magh Bihu Photo, Magh Bihu Wishes Assamese, Magh Bihu Uruka images, Magh Bihu HD Picture, Magh Bihu Quotes in Assamese Language, Magh Bihu Gif Download, Magh Bihu Pic Status Photo, Happy Magh Bihu Assamese Shayari Message, Magh Bihu Whatsapp Status, Magh Bihu Messages in Assamese, Magh Bihu Wishes images, Magh Bihu Greetings Message Shayari, Happy Magh Bihu 2023

....
 
Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad