Type Here to Get Search Results !

Funny Memes For Girls In Assamese | Girl Attitude Status For Facebook, Whatsapp, Instagram, Twitter

Funny Memes For Girls In Assamese | Girl Attitude Status For Facebook, Whatsapp, Instagram, Twitter


অসমীয়া caption funny, assamese funny memes 2021, অসমীয়া ডাইলগ, কৌতুক অসমীয়া, assamese jokes 2021, অসমীয়া জমনি কৌতুক, অসমীয়া নতুন কৌতুক, অসমীয়া caption for instagram, assamese memes quotes, assamese memes status, অসমীয়া ষ্টেটাছ,

In This Article I Provide you Girl Funny Memes In Assamese, Funny Memes To Send To A Girl, Cute Memes For Girl In Assamese, Funny Memes About girlfriend, Beautiful Girls Memes... Etc. I Hope You Like This.

Assamese Jokes 2023

1. তুমি যদি ভাত ৰান্ধিব জানা তেতিয়া তুমি মোৰ‌।
2. ল'ৰা হৈও যে মাকক পাকঘৰত সহায় কৰি দিয়ে, এনেকুৱা ল'ৰা বোৰ বহুত Cute হয়।
3. ভাল পোৱা কথানো কি কম চিখৰৰ গোন্ধ পালে‌ এতিয়াও তুলে মনত পৰে‌।

Funny Memes For Girls In Assamese

4. তোমাৰ লগত বন্ধন গোটৰ লোণ লোৱা আশাটো আশা হৈয়ে ৰৈ গ'ল।
5. I Hate Facebook ত বেছি Like Comment পোৱা মানুহ।
6. তোমাক চাওঁতে চাওঁতে তোমাৰ লগৰ বোৰক ও ভাল লগা হৈ গ'ল।

Assamese Funny Caption For Instagram

7. Other: প্ৰিয় জনক Gift নহয় সময় দিয়া, Le me:  মোক Gift 🎁 লাগিব।
8. Exam ৰ আগত পঢ়াই দিয়া, ৰাতিপুৱা সোনকালে জগাই দিয়া, এনেকুৱা Boyfriend বোৰ ক'ত পায় নো।
9. মোক কথা দিয়া মোৰ বিয়াত বাটিচেট গিফ্ট নিদিও বুলি।

Assamese Memes Quotes

10. লাগিলে তুমি মদ খোৱা কোনো কথা নাই কিন্তু চেনী নাখাবা।
11. Single থাকিও কোনো ল'ৰাক মেচেজ নকৰোঁ আৰু কিমান ভাল ছোৱালী লাগে তোক।
12. Boyfriend চালে‌ কম বয়সৰ চাবা একে লগৰ হ'লে পিটে কেলা।

Assamese Memes Status

13. যদি বিয়া পাতিব মনেই নাছিল তেন্তে মোৰ লগত Ludo কিয় খেলিছিলা।
14. ক্ষীণ ল'ৰা বোৰ এটা এটা মাল হয়।
15. চকু পানী মচি দিয়াজন থাকিলে কন্দাটোয়ো এক প্ৰকাৰৰ সুখ।

অসমীয়া Funny ডাইলগ

16. চকু লাল আৰু সোমাই যোৱা গাল সেই পুৰুষ চিলিম টনাত ভাল।
17. ইতিহাস সাক্ষী আছে, ল'ৰা বোৰে কেতিয়াও EX ক ব্লক নকৰে।
18. তাক কৈ দিবা মোক বুজিবলৈ হলে মোৰ প্ৰেমত পৰিব লাগিব।
এই Meme বিলাক ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে।
মিমি বিলাক ভাল লাগিলে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰনৰ পোষ্ট সদায় পাবলৈ আমাৰ এই Meraz Axom ওৱেবচাইটৰ লগত জৰিতহৈ থাকিব। ধন্যবাদ

Disclaimer
This post is only for entertainment purpose. Don't take it personally, if you take it seriously that's you're problem. I don't care.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad